ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Dhing Rape Case : ধিং কাণ্ডৰ দোষীক ফাঁচিৰ দাবী আলফা স্বাধীনৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 23, 2024
Reading Time: 1 min read
A A
0
Disable Girl Rape Case : প্ৰতিবন্ধী যুৱতীক ধৰ্ষণ কৰি প্ৰেমিকক প্ৰহাৰ, গ্ৰেপ্তাৰ ৩

RELATED POSTS

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

New Logo Smal 3 | ASSAM TIMES POST

সমগ্ৰ অসম জোকাৰি গৈছে ধিঙৰ নাবালিকা ধৰ্ষণ (Dhing minor rape) কাণ্ডই। ইতিমধ্যে নগাঁও জিলাত সংঘটিত এই ঘটনালৈ ৰাজ্যৰ চৌপাশে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে। ইফালে আছুৰ আহ্বানত বন্ধ হৈ পৰিছে ধিঙৰ স্বাভাৱিক জীৱন যাত্ৰা। তাৰ মাজতে ধিং কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ (Reacting) কৰিছে আলফা স্বাধীনে (ULFA-I))।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ধিঙত নাবালিকাৰ ধৰ্ষণকাণ্ডত জড়িতক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী (Demand for strictest punishment) জনাইছে। বিবৃতিটোত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা (Paresh Baruah, commander-in-chief of ULFA-I)ই কয় যে এই জঘন্য কাণ্ডত জড়িত দোষীক শীঘ্ৰে আটক কৰি ফাঁচি দিব (Demand for hanging) লাগে।

Ulfa | ASSAM TIMES POST

উল্লেখযোগ্য যে এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে সংবাদ মাধ্যমৰ আগতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বৰ্তমান বৰাক ভ্ৰমণত থকাই মুখ্যমন্ত্ৰীয়ে কয় যে বিগত দুমাহত অসমত খিলঞ্জীয়া যুৱতী-মহিলাৰ ওপৰত এইটোকে ধৰি মুঠ ২৩ টা ধৰ্ষণ-নিৰ্যাতনৰ ঘটনা সংঘটিত হ’ল। আনহাতে, এই ঘটনাসমূহৰ সৈতে কিছুমান বিশেষ মানুহ জড়িত হৈ থকা বুলিও তেওঁ উল্লেখ কৰে৷

ধিং কাণ্ডৰ দোষীক ফাঁচিৰ দাবী আলফা স্বাধীনৰ
ধিং কাণ্ডৰ দোষীক ফাঁচিৰ দাবী আলফা স্বাধীনৰ:

কিন্তু এনে ঘটনাত জড়িতৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ নামনি, মধ্য আৰু বৰাক উপত্যকাৰ মানুহে এতিয়া ভয় আৰু শংকাত দিন পাৰ কৰিবলগীয়াত পৰিছে৷ এইবোৰ কথা অসমৰ মানুহে বুজাটো ভাল বুলি উল্লেখ কৰি তেওঁ লগতে আমাৰ শত্ৰু কোন, মিত্ৰ কোন আমি চিনাক্ত কৰিব জানিব লাগিব বুলিও উল্লেখ কৰে৷ইয়াৰ উপৰি বিগত লোকসভা নিৰ্বাচনৰ পিছৰে পৰা এটা বিশেষ শ্ৰেণীৰ লোক অধিক সক্ৰিয় হৈ পৰা বুলিও তেওঁ কয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DhingRapeCaseধিংনাবালিকাধৰ্ষণ
Share4Tweet3Send

Related Posts

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
50
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

by News Desk
September 24, 2026
50
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ
Assam

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

by News Desk
September 24, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
55
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
51
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
61
ADVERTISEMENT
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
50
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু
National-International

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

September 24, 2026
50
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি
National-International

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

September 24, 2026
50
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

September 24, 2026
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d