ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

RG Kar Case I আৰ জি কৰত কেন্দ্ৰীয় বাহিনী মোতায়েনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, চিকিৎসকক কামলৈ ঘূৰি অহাৰ অনুৰোধ

নিউজ ডেস্কঃ

News Desk by News Desk
August 20, 2024
Reading Time: 1 min read
A A
0
RG Kar Case I আৰ জি কৰত কেন্দ্ৰীয় বাহিনী মোতায়েনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, চিকিৎসকক কামলৈ ঘূৰি অহাৰ অনুৰোধ

RELATED POSTS

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে

New Logo Smal 2 | ASSAM TIMES POST

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় (R.G. Kar Medical College)ৰ নিৰাপত্তাৰ দায়িত্ব (Security responsibility) দিয়া হৈছে কেন্দ্ৰীয় বাহিনীক (Central Forces)। মঙলবাৰে উচ্চতম ন্যায়ালয় (Supreme Court)ত আৰ জি কৰ গোচৰৰ শুনানিত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয়, “আমি আৰ জি কৰ হাস্পতালত কেন্দ্ৰীয় বাহিনী নিয়োগ কৰিছোঁ। আৰ জি কৰত চি আই এছ এফ নিয়োগৰ নিৰ্দেশ দিয়া হৈছে।

” উল্লেখ্য যে বিমানবন্দৰ, কয়লা খনিৰ দৰে গুৰুত্বপূৰ্ণ স্থানত নিৰাপত্তাৰ দায়িত্বত থকা এটা বাহিনী হৈছে চি আই এছ এফ। নিৰ্বাচনৰ সময়তো বাহিনীটো ব্যৱহাৰ কৰা হয়। এতিয়া অনুমান কৰা হৈছে যে উচ্চতম ন্যায়ালয়ে আৰ জি কৰত চি আই এছ এফ নিয়োগ কৰাৰ নিৰ্দেশ দি চিকিৎসালয়খনৰ নিৰাপত্তা অধিক গুৰুত্বপূৰ্ণ পৰ্যায়লৈ উন্নীত কৰিছে।

rg 1 2 | ASSAM TIMES POST
আৰ জি কৰত কেন্দ্ৰীয় বাহিনী মোতায়েনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উল্লেখ্য, এগৰাকী মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা আৰ জি কৰ অস্থিৰ হৈ পৰিছে। চিকিৎসালয় চৌহদত অব্যাহত আছে প্ৰতিবাদ। চিকিৎসালয়খনৰ নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে। প্ৰতিবাদকাৰীসকলে ধৰ্ষণ আৰু হত্যাৰ গোচৰত ন্যায় বিচৰাৰ সমান্তৰালকৈ নিৰাপত্তা নিশ্চিত কৰাৰ কথাও কৈছে। কেৱল আৰ জি কৰতেই নহয়, এই আন্দোলন দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। দিল্লীৰ এইমছকে ধৰি বিভিন্ন চিকিৎসালয়ত অব্যাহত আছে ধৰ্মঘট। আন্দোলনকাৰী চিকিৎসকসকলক এইবাৰ কামলৈ ঘূৰি আহিবলৈও অনুৰোধ জনায় মুখ্য ন্যায়াধীশে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RG KarCaseRGKarMedicalCollegeআৰজিকৰ
Share5Tweet3Send

Related Posts

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

by Staff Reporter
November 21, 2026
50
Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ
National-International

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

by Staff Reporter
November 21, 2026
50
Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে
National-International

Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে

by News Desk
November 21, 2026
50
Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য
National-International

Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য

by News Desk
November 21, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I একেটা পৰিয়ালৰ বোৱাৰী মেনকাৰ সৈতে ছোনিয়া গান্ধীৰ সম্পৰ্ক কেনে আছিল, মেনকাক লৈ বিস্ফোৰক বক্তব্য

by News Desk
November 21, 2026
50
FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ
National-International

FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ

by News Desk
November 21, 2026
50
ADVERTISEMENT
বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ
Assam

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

November 22, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

November 21, 2026
50
ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন
KARBI ANGLONG

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

November 21, 2026
56
Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ
National-International

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

November 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

November 22, 2026
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

November 21, 2026
ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

November 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d