ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

National Film Awards 2024 : ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিল তিনিখন অসমীয়া ছবি

নিউজ ডেস্কঃ

News Desk by News Desk
August 16, 2024
Reading Time: 1 min read
A A
0
National Film Awards 2024 : ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিল তিনিখন অসমীয়া ছবি

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

New Logo Smal 1 | ASSAM TIMES POST

আজি ঘোষণা হয় ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (70th National Film Awards)। ২০২২ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ জুৰীয়ে বঁটা বিজয়ীসকলৰ নামৰ তালিকা ঘোষণা কৰে।ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত পূৰ্বৰ দৰে এইবাৰো অসমীয়া ছবিয়ে গৌৰৱ বুটলিবলৈ সক্ষম হৈছে৷ দুখনকৈ অসমীয়া ছবি (Two Assamese films)য়ে এইবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিশেষ উল্লেখ বঁটা লাভ (National Film Awards Special Awards) কৰিবলৈ সক্ষম হৈছে৷ তাৰে এখন হৈছে আইমী বৰুৱা প্ৰডাকচনৰ ‘Birubala Witch to Padmashri’।

Ass | ASSAM TIMES POST
পাৰ্থসাৰথি মহন্তৰ নিৰ্দেশনাত পি আই এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত হাড়গিল্লা

আনখন হৈছে পাৰ্থসাৰথি মহন্তৰ নিৰ্দেশনাত পি আই এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত ‘Hargila- The Greater Adjutant Stork’। আনহাতে, এইছ এম প্ৰডাকচনৰ নৱপণ ডেকা নিৰ্দেশনাৰ ছবি ‘শূন্যতা’ই লাভ কৰিছে শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা।

ইয়াৰ উপৰি আঞ্চলিক ভাষা শিতানত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিছে ‘এমুঠি পুথি’ ছবিখনে। আনহাতে, শ্ৰেষ্ঠ তিৱা ছবি হিচাপে বিবেচিত হৈছে ‘SIKAISAL’।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssameseFilmsNationalFilmAwardsঅসমীয়াছবিৰাষ্ট্ৰীয়চলচ্চিত্ৰবঁটা
Share8Tweet5Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

January 2, 2025
55
ADVERTISEMENT
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

September 10, 2026
52
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

51
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

September 10, 2026
58
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d