ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Aman Sehrawat I পদক যুঁজৰ পূৰ্বে ৪.৬ কেজি ওজন বাঢ়িছিল অমন শ্বেৰাৱাতৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 10, 2024
Reading Time: 1 min read
A A
0
Aman Sehrawat I পদক যুঁজৰ পূৰ্বে ৪.৬ কেজি ওজন বাঢ়িছিল অমন শ্বেৰাৱাতৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

অলিম্পিক মল্লযুঁজ (Olympic Wrestling)ত বিনেশ ফ’গাটৰ ১০০ গ্ৰাম ওজন বৃদ্ধি হোৱাৰ বাবে যি পৰিস্থিতি উদ্ভৱ হৈছিল, তাত অমন শ্বেৰাৱাতে (Aman Sherawat) ব্ৰঞ্জৰ পদক লাভ (Bronze medal) কৰি কিছু সকাহ দিয়ে। এয়া হৈছে তেওঁৰ প্ৰথম অলিম্পিক আৰু তেওঁ অভিষেক বৰ্ষতে সময়ত এক অভিলেখ গঢ়ে। অলিম্পিকত পদক লাভ কৰা ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰতিযোগী হিচাপেও তেওঁ পৰিগণিত হয়। ইয়াৰ পূৰ্বে এই কৃতিত্ব পিভি সিন্ধুৰ হাতত আছিল।

আনহাতে, ২১ বছৰীয়া অমনে মল্লযুঁজত ভাৰতৰ পদক বিজয়ৰ ধাৰা অব্যাহত ৰাখে। ২০০৮ চনত বেইজিঙত সুশীল কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত ভাৰতে প্ৰতিবাৰেই অলিম্পিক মল্লযুঁজত পদক লাভ কৰি আহিছে। অমনে কয়, “মই দেশবাসীক ক’ব বিচাৰো যে মই পেৰিছত ব্ৰঞ্জৰ পদক লাভ কৰিলোঁ, অহাবাৰ ২০২৮ চনত সোণৰ পদক আনিম।”

 পদক যুঁজৰ পূৰ্বে ৪.৬ কেজি ওজন বাঢ়িছিল অমন শ্বেৰাৱাতৰ
পদক যুঁজৰ পূৰ্বে ৪.৬ কেজি ওজন বাঢ়িছিল অমন শ্বেৰাৱাতৰ

উল্লেখযোগ্য যে অতি কম বয়সতে অমনে পিতৃ-মাতৃক হেৰুৱাইছিল। খুৰাকে ডাঙৰ-দীঘল কৰে। আনহাতে, অলিম্পিকত ভাৰতৰ সফলতাৰ কাহিনীত তেওঁ আন এক প্ৰেৰণাদায়ক কাহিনী হৈ পৰিছে। মল্লযুঁজত সুশীল কুমাৰে দুটা পদক লাভ কৰিছে। অমনে সুশীল কুমাৰক স্পৰ্শ কৰাৰ প্ৰতিশ্ৰুতি দি কয়, “সুশীল পালৱানজীয়ে দুটা পদক লাভ কৰিছিল। মই তিনিটা জিকিব বিচাৰো। ২০২৪ চনত কৰিলো। ২০২৮ আৰু ২০৩২ চনতো মই জয়ী হ’ব বিচাৰো।”

পদক জয় কৰাৰ পাছত অমনে পুনৰ কয় যে বৃহস্পতিবাৰৰ যুঁজখনৰ পিছত তেওঁৰ শৰীৰৰ ওজনো ৪.৬ কিলোগ্ৰাম বৃদ্ধি পাইছিল। উক্ত ওজন কমাবলৈ ১০ ঘণ্টা সময় লাগিছিল। নিৰ্দিষ্ট সময়লৈকে তেওঁ ওজন ৫৭ কিলোগ্ৰামলৈ হ্ৰাস কৰি পুনৰবাৰ ব্ৰঞ্জৰ পদক লাভ কৰি দেশক সন্মানিত কৰে। কিন্তু ইয়াৰ পিছতে প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে, যদি অমনে ইমানখিনি ওজন বৃদ্ধি কৰিব পাৰিলে, তেন্তে বিনেশে মাত্ৰ ১০০ গ্ৰাম ওজন কমাব নোৱাৰিলে কিয়? ইয়াৰ বাবে কোন দায়ী? বিনেশৰ ব্যক্তিগত দল নে ভাৰতীয় অলিম্পিক দলৰ লগত অহা চিকিৎসকৰ দলটো?

উল্লেখযোগ্য যে চলিত অলিম্পিকত ভাৰতৰ মুঠ পদকৰ সংখ্যা হৈছে ছয়টা। ২০১২ চনত লণ্ডনত লাভ কৰা পদকৰ সংখ্যাৰ সমান। যোৱাবাৰ টকিঅ’ত আহিছিল মুঠ সাতটা। আৰু কোনো পদক আহিবনে নাই তাত সন্দেহ আছে।

Tags: AmanSherawatঅমনশ্বেৰাৱাত
Share4Tweet3Send

Related Posts

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

by News Desk
April 30, 2026
50
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

by News Desk
April 30, 2026
50
T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ
Sports News

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

by News Desk
March 10, 2026
50
T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব
Sports News

T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব

by News Desk
March 9, 2026
50
T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ
Sports News

T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ

by News Desk
March 6, 2026
50
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

by News Desk
March 5, 2026
50
ADVERTISEMENT
Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ
Guwahati

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
50
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
50
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026
50
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx