ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিগত এটা দশকত বিশ্বৰ ধনকুবেসকলৰ কাৰ উত্থান, কাৰ পতন !

ASSAM TIMES POST by ASSAM TIMES POST
January 12, 2020
Reading Time: 2 mins read
A A
0
বিগত এটা দশকত বিশ্বৰ ধনকুবেসকলৰ কাৰ উত্থান, কাৰ পতন !

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদন

বিগত এটা দশকত কিমন আয় কৰিছে বিশ্বৰ ধনকুবেৰসকলে? সকলোৱে বাৰু অধিক সমৃদ্ধশালী হ’লনে? নে কোনোবা পূৰ্বৰ স্থানৰ পৰা অৱনমিত হৈছো? জানিবলৈ হ’লে চাব লাগিব ফোর্বছৰ তালিকা। ২০১০ চনত এই মার্কিন বাৰ্তালোচনীখনে ধনকুবেৰৰ যি তালিকা প্রকাশ কৰিছিল, তাৰ তুলনা কৰিয়ে ২০১৯ চনৰ তালিকাখন চাব লাগিব। ইয়াতে দোখা যাব শিল্পপতিসকলৰ উত্থান-পতন।

2 6 | ASSAM TIMES POST

২০১০ চনত বিশ্বেৰ ৪৩ নম্বৰ স্থানৰ ধনী শিল্পপতি আছিল জেফ বেজোছ। তেতিয়া তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১২৩০ কোটি ডলাৰ। সেই অৱস্থানৰ আমূল পৰিৱৰ্তন হৈছে বিগত এটা দশকত। ফোর্বছ আলোচনীৰ তালিকাত এমাজনৰ কর্ণধাৰ বেজোছ এতিয়া বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি। বর্তমান তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ১১ হাজাৰ ৬০০ কোটি ডলাৰ।

3 7 | ASSAM TIMES POST

ধুমকেতুৰ দৰে উত্থানৰ সাক্ষী বার্নার্ড আৰনল্ট। ফৰাচী বিলাসী পণ্য নির্মাতাগৰাকী এতিয়া বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি। সম্পত্তিৰ পৰিমাণ ১১ হাজাৰ ২০০ কোটি ডলাৰ। দহ বছকৰ পূৰ্বে ইয়াৰ পৰিমাণ আছিল ২৭৫০ কোটি ডলাৰ। অনুমান কৰা হৈছে যে আৰনল্ট সংস্থা এলভিএমএইচ-এ যিটো হাৰত আগবাঢ়িছে, বেজোছক চেৰ পেলাবলৈ বেছি দিন নালাগিব।

4 4 | ASSAM TIMES POST

মাইক্র’ছফ্টৰ সহ-প্রতিষ্ঠাতা বিল গেটছ দহ বছৰ পূৰ্বে আছিল বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি। মুঠ সম্পত্তিৰ পৰিমাণ আছিল পাঁচ হাজাৰ তিনিশ কোটি ডলাৰ। দহ বছৰ পিছত তেওঁৰ সম্পত্তি যথেষ্ট বাঢ়িছে। ১০ হাজাৰ ৮০০ বিলিয়ন ডলাৰৰ গৰাকী গেটছ এতিয়া বিশ্বৰ তৃতীয় ধনী ব্যক্তি।

5 3 | ASSAM TIMES POST

বৰ্তমান ৱাৰেন বাফেৰ সম্পত্তিৰ পৰিমাণ ৮ হাজাৰ ৯০০ কোটি ডলাৰ। ১০ বছৰ পূৰ্বে তেওঁ আছিল ৩৫৫০ কোটি ডলাৰৰ মালিক। এতিয়া তেওঁ বিশ্বৰ চতুর্থ ধনী ব্যক্তি।

6 3 | ASSAM TIMES POST

মার্ক জুকাৰবার্গ ২০১০ চনত আছিল বিশ্বৰ কনিষ্ঠতম বিলিয়নাৰ। বিশ্বৰ ধনকুবেৰৰ তালিকাত তেওঁ যুটীয়াভাৱে আছিল ২১ নম্বৰ স্থানত। তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ৪০০ কোটি ডলাৰ। বিগত দশকত তেওঁৰ সম্পত্তিৰ পৰিমাণ বাঢ়িছে কেইবা গুণো। ছ’চিয়েলল মিডিয়াৰ ব্যৱসায়িক গ্রাফ তললৈ নামিলেও ফেচবুকৰ প্রতিষ্ঠাতাগৰাকী এতিয়াও বিশ্বৰ পঞ্চম ধনী ব্যক্তি। সম্পত্তিৰ পৰিমাণ ৮ হাজাৰ কোটি ডলাৰ। কিন্তু তেওঁ এতিয়া কনিষ্ঠতম বিলিয়নাৰ হৈ থকা নাই।

7 3 | ASSAM TIMES POST

এটা দশকত বিশ্বৰ ধনী ব্যক্তিসকলৰ তালিকাত তিনিটা ধাপ আগুৱাইছে এমান্সিঅ’ অৰ্টেগা। ২০১০ চনত তেওঁৰ মুঠ সম্পত্তি আছিল ২৫০০ কোটি ডলাৰ। ৭৬০০ কোটি ডলাৰৰ সম্পত্তিৰে তেওঁ এতিয়া বিশ্বৰ ষষ্ঠ ধনকুবেৰ।

8 3 | ASSAM TIMES POST

অ’ৰাকলৰ সহ-প্রতিষ্ঠাতা লেৰি এলিছন ২০১০ চনত আছিল বিশ্বৰ ষষ্ঠ ধনী ব্যক্তি। সম্পত্তিৰ পৰিমাণ আছিল ২৮০০ কোটি ডলাৰ। এতিয়া তেওঁৰ সম্পত্তি ৬৭০০ কোটি ডলাৰ যদিও তেওঁ একধাপ পিছুৱাই যায় তালিকাত। তেওঁৰ বৰ্তমান স্থান সপ্তম।

9 3 | ASSAM TIMES POST

বিশ্বৰ অষ্টম ধনকুবেৰ বৰ্তমান লেৰি পেজ। সম্পত্তিৰ পৰিমাণ ৬ হাজাৰ ৪৩০ কোটি ডলাৰ। ১০ বছৰ পূৰ্বে এই পৰিমাণ আছিল ১ হাজাৰ ৭৫০ কোটি ডলাৰ।

10 3 | ASSAM TIMES POST

লেৰি পেজৰ সৈতে ১৯৯৮ চনত গুগল প্রতিষ্ঠা কৰিছিল ছার্গেই ব্রিনে। ৬২০০ কোটি ডলাৰৰ মালিক ব্রিন এতিয়া বিশ্বৰ দশম ধনকুবেৰ।

11 3 | ASSAM TIMES POST

মুকেশ আম্বানী বৰ্তমানেও এছিয়াৰ সৰ্বাধিক ধনী ব্যক্তি। ৬০০০ কোটি ডলাৰ সম্পত্তিৰে তেওঁ এতিয়া বিশ্বৰ একাদশতম ধনী ব্যক্তি। বিগত বছৰত তেওঁ প্রথম দহটা স্থানতো প্ৰৱেশ কৰিছিল।

12 3 | ASSAM TIMES POST

২০১০ চনত বিশ্বৰ ধনকুবেৰসকলৰ তালিকাৰ ক’তো স্থান নাছিল ফ্রাঁছোৱা বেট্টকুৰ মেৱাৰ্ছ। কিন্তু বৰ্তমান তেওঁ বিশ্বৰ ধনীতম মহিলা আৰু চতুর্দশতম ধনকুবেৰ শিল্পপতি। ২০১৭ চনত তেওঁ মাতৃৰ মৃ্ত্যুৰ ফলত ছবিখন সম্পূৰ্ণ সলনি হৈ যায়। ব্যৱসায়ৰ ৩৩ শতাংশ শ্বেয়াৰ লাভ কৰি ফ্রাঁছোৱা বৰ্তমান ল’ৰিয়েলৰ কর্ণধাৰ। তেওঁৰ ব্ৰেণ্ডেড প্রসাধন সামগ্রীৰ বিপুল চাহিদাৰ জৰিয়তে ফ্রাঁছোৱা বিগত বিত্তীয় বর্ষত ৪ হাজাৰ ৯৩০ কোটি ডলাৰৰ মালিকনী। ১০ বছৰ পূৰ্বে যাৰ পৰিমাণ আছিল ৪ হাজাৰ ২২০ কোটি ডলাৰ। (ছবি : ফেচবুক)

13 3 | ASSAM TIMES POST

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

August 4, 2026
50
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026
50
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ
National-International

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

August 4, 2026
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx