ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Economic Survey 2024 : বাজেটৰ পূৰ্বে অৰ্থনৈতিক সমীক্ষা প্ৰতিবেদন; ২০২৫ বিত্তীয় বৰ্ষত বিকাশৰ হাৰ বৃদ্ধিৰ আভাস

নিউজ ডেস্কঃ

News Desk by News Desk
July 22, 2024
Reading Time: 1 min read
A A
0
Economic Survey 2024 : বাজেটৰ পূৰ্বে অৰ্থনৈতিক সমীক্ষা প্ৰতিবেদন; ২০২৫ বিত্তীয় বৰ্ষত বিকাশৰ হাৰ বৃদ্ধিৰ আভাস

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

বাজেটৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) সোমবাৰে লোকসভা (Lok sabha)ত অৰ্থনৈতিক সমীক্ষা প্ৰতিবেদন দাখিল (Submission of Economic Survey Report) কৰে। প্ৰতিবেদন দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “কৰোনা পৰিস্থিতিৰ পিছত দেশৰ অৰ্থনীতি একাধিক সমস্যাৰ সন্মুখীন হৈছে। কিন্তু বৰ্তমান দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে।”

প্ৰতিবেদন অনুসৰি, যোৱা বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বিকাশ ৮.২ শতাংশ হ’ব বুলি আশা কৰা হৈছিল। ২০২৪-২৫ বিত্তীয় বৰ্ষত অৰ্থনৈতিক বৃদ্ধি ৬.৫ শতাংশৰ পৰা ৭ শতাংশৰ ভিতৰত হ’ব বুলি আশা কৰা হৈছে। একে সময়তে ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতি সূচকাংক ৪.৫ শতাংশ নিৰ্ধাৰণ কৰে। এই প্ৰতিবেদনত দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত থকা বুলিও দাবী কৰা হৈছে।

FM 1 | ASSAM TIMES POST
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত অৰ্থনৈতিক সমীক্ষা প্ৰতিবেদন দাখিল (প্ৰতীকি ছবি)

বিত্তীয় সমীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে, “ভাৰতীয় অৰ্থনীতি এটা শক্তিশালী স্তম্ভ। ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখ হোৱা সত্ত্বেও এতিয়া অৰ্থনীতি সুস্থিৰ হৈ পৰিছে।” সমীক্ষাটো দাঙি ধৰাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “বিগত বিত্তীয় বৰ্ষৰ চাৰিটা ত্ৰৈমাসিকৰ ভিতৰত তিনিটা ত্ৰৈমাসিকত অৰ্থনৈতি বৃদ্ধি ৮ শতাংশতকৈও অধিক। ২০২৩ আৰু ২০২৪ বিত্তীয় বৰ্ষত গঢ়ি উঠা অৰ্থনৈতিক বৃদ্ধিও অহা বছৰত দেখা যাব।”

মূল্যৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ কথা আলোচনা চলি থকাৰ সময়তে সমীক্ষাত খাদ্যৰ মুদ্ৰাস্ফীতিৰ প্ৰতি আশংকা প্ৰকাশ কৰা হৈছে। ২০২৩ বিত্তীয় বৰ্ষত এই ক্ষেত্ৰত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.৬ শতাংশ। ২০২৪ বিত্তীয় বৰ্ষত ই ৭.৫ শতাংশলৈ বৃদ্ধি পাব। প্ৰতিবেদন অনুসৰি, প্ৰতিকূল বতৰৰ বাবে খাদ্য উৎপাদনত প্ৰভাৱ পৰিছিল। কৃষকসকলে কৃষিত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু ২০২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৪ বিত্তীয় বৰ্ষলৈ খুচুৰা মুদ্ৰাস্ফীতি ১.৩ শতাংশলৈ হ্ৰাস পাইছে। কৰোনাৰ সৈতে মোকাবিলা কৰাৰ পিছত খুচুৰা মুদ্ৰাস্ফীতিৰ এই হাৰ সৰ্বনিম্ন বুলিও দাবী কৰিছে প্ৰতিবেদনত।

আনহাতে, প্ৰতিবেদনত বাৰ্ষিক নিবনুৱা সমস্যাৰ কথাও উল্লেখ কৰা হৈছে। তাত কোৱা হৈছে যে আগন্তুক বিত্তীয় বৰ্ষত এই হাৰ হ্ৰাস পাব পাৰে। কৰোনাৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে কৰ্মসংস্থাপন। যাৰ প্ৰভাৱ পৰিছে ভাৰতৰ অৰ্থনীতিত। মহিলাৰ কৰ্মৰ হাৰো বৃদ্ধি পাইছে। ২০১৭-১৮ বিত্তীয় বৰ্ষত এই হাৰ আছিল ২৩.৩ শতাংশ। বিগত ছবছৰত সেই হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০২২-২৩ চনত ৩৭ শতাংশলৈ আহিছিল। বিশেষকৈ গ্ৰাম্য মহিলাসকলৰ কাম কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

Tags: EconomicSurveyReportঅৰ্থনৈতিকসমীক্ষাপ্ৰতিবেদননিৰ্মলাসীতাৰমণ
Share4Tweet3Send

Related Posts

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ
Economy

Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ

by News Desk
March 4, 2026
50
ADVERTISEMENT
Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে
National-International

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
50
‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা
DIPHU

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

May 26, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

May 26, 2026
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx