ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

Microsoft Problem : বিশ্বজুৰি মাইক্ৰ’ছফ্টৰ ‘ব্লু স্ক্ৰীণ অব ডেথ’ সমস্যা

নিউজ ডেস্কঃ

News Desk by News Desk
July 19, 2024
Reading Time: 1 min read
A A
0
Microsoft Problem : বিশ্বজুৰি মাইক্ৰ’ছফ্টৰ ‘ব্লু স্ক্ৰীণ অব ডেথ’ সমস্যা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

শুকুৰবাৰে বিশ্বজুৰি ভীষণ সমস্যাৰ সন্মুখীন হয় মাইক্ৰ’ছফ্টৰ ব্যৱহাৰকাৰীসকলে। ‘ব্লু স্ক্ৰীণ অব ডেথ’ (Blue Screen of Death) নামৰ এক সমস্যাৰ সন্মুখীন হয় মাইক্ৰ’ছফ্টে (Microsoft is facing problems)। অৱশ্যে পৰৱৰ্তী সময়ত এই সমাস্যাৰ সমাধান হয়। এই দাবী মাইক্ৰ’ছফ্টৰ। অৱশ্যে কোম্পানীটোৱে লগতে কয় যে ‘অফিচ ৩৬৫’ এপ আৰু সেৱাৰ ক্ষেত্ৰত এতিয়াও কিছু প্ৰভাৱ পৰিব। এণ্টিভাইৰাছ কোম্পানী ক্ৰাউডষ্ট্ৰাইকৰ মুখ্য কাৰ্যবাহী বিষয়াই শুকুৰবাৰে কয় যে বিশ্বজুৰি আই টিৰ ক্ষেত্ৰত মাইক্ৰ’ছফ্টৰ সমস্যা সমাধান কৰা হৈছে।

এই ঘটনাৰ কিছু সময়ৰ পাছতেই সমগ্ৰ বিশ্বতে চাইবাৰ আক্ৰমণৰ কথাও ওলায়। কিন্তু সেই তত্ত্ব মাইক্ৰ’ছফ্টে সম্পূৰ্ণৰূপে নাকচ কৰিছে। শুকুৰবাৰে পুৱা প্ৰায় ১১.৩০ বজাত কম্পিউটাৰৰ পৰ্দাখন হঠাতে নীলা হৈ পৰে। কম্পিউটাৰৰ পৰ্দা হঠাতে নীলা হৈ পৰা, তাৰ পিছত বন্ধ হোৱা, তাৰ পিছত নিজে নিজে পুনৰ আৰম্ভ হোৱাৰ দৰে ঘটনাৰ বাতৰি পোৱা গৈছে।

PC 2 | ASSAM TIMES POST
মাইক্ৰ’ছফ্টেত ‘ব্লু স্ক্ৰীণ অব ডেথ’ সমস্যা

কিন্তু এয়া কিয় হ’ল, কেনেকৈ হ’ল তাকে লৈ বিশ্বজুৰি হৈ চৈ লাগি পৰে। সেই সময়ত মাইক্ৰ’ছফ্টে দাবী কৰে যে এই সমস্যা ‘ক্ৰাউডষ্ট্ৰাইক’ আপডেটৰ বাবেই হৈছে। ইয়াৰ ফলত উইণ্ড’জ চলোৱা ডেস্কটপ আৰু লেপটপত সমস্যাৰ সৃষ্টি হয়। ইয়াক কম্পিউটাৰৰ ভাষাত ‘Blue Screen of Death’ বুলি কোৱা হয়।

ইফালে মাইক্ৰ’ছফ্টৰ এই সমস্যাৰ বাবেই সমগ্ৰ বিশ্বৰ বিমান সংস্থা, বেংক, ষ্টক মাৰ্কেটত বিপুল প্ৰভাৱ পৰে। বিমান পৰিবহণৰ তথ্য বিশ্লেষণ প্ৰতিষ্ঠান ছিৰিয়ামে জনোৱা মতে, এই সমস্যাৰ বাবেই বিশ্বজুৰি ১৪০০খন বিমান বাতিল কৰিবলগা হয়। সংস্থাটোৰ তথ্য অনুসৰি, আমেৰিকাত ৫১২ খন বিমান বাতিল কৰা হৈছে। জাৰ্মানীত ৯২খন, ভাৰতত ৫৬খন, ইটালীত ৪৫ খন আৰু কানাডাত ২১ খন বিমান বাতিল কৰা হৈছে। সূত্ৰ অনুসৰি, বেংগালুৰু বিমানবন্দৰৰ টাৰ্মিনেলত ১ৰ পৰা ৯০ শতাংশ বিমান সেৱা ব্যাহত হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: BlueScreenofDeathProblemব্লুস্ক্ৰীণঅবডেথসমস্যা
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
55
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
58
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
55
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
55
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
57
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
57
ADVERTISEMENT
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
54
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
53
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:
Assam

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026
54
ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:
Assam

ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:

February 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13922) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2064) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3547) Lifestyle (24) literature (16) Music (1) National-International (11472) NORTHEAST (895) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (2) Sports News (507) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d