ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আই চি চি টি-২০ ৰেংকিংঃ ৰাহুল, বিৰাটৰ অগ্ৰগতি

ASSAM TIMES POST by ASSAM TIMES POST
January 11, 2020
Reading Time: 1 min read
A A
0
আই চি চি টি-২০ ৰেংকিংঃ ৰাহুল, বিৰাটৰ অগ্ৰগতি

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নিউজ ডেক্সঃ ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ কে এল ৰাহুলে নিজৰ ষষ্ঠ স্থান অপৰৱৰ্তী হৈ থকাৰ বিপৰিতে অধিনায়ক বিৰাট কোহলি আৰু বাওঁহাতীয়া বেটছমেন শিখৰ ধাৱানে আন্তৰ্জাতিক ক্ৰিকেটত এটা স্থান আগুৱাবলৈ সক্ষম হৈছে৷

RELATED POSTS

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

আই চি চিৰ টি-২০ ৰেংকিঙত শ্ৰীলংকাক তিনিখনীয়া শৃংখলাত ২-০ ত ভাৰত জয়ী হোৱাৰ পাছতে প্ৰকাশিত তালিকাত এই কথা প্ৰকাশ পাইছে৷ উল্লেখ্য যে মুঠ ৭৬০ ৰেটিং পইণ্টৰ ভিতৰত ২৬ পইণ্ট লাভ কৰি ৰাহুল সৰ্বাধিক ৰেংক পোৱা বেটছমেন হিচাপে পৰিগণিত হৈছে৷ তেওঁ অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ গ্লেন মেক্সৱালতকৈ ছয় পইণ্টৰ পিছ পৰি আছে৷

আনহাতে বিৰাট কোহলি টেষ্ট আৰু এদিনীয়া আন্তৰ্জাতিকত উচ্চ স্থানত আছে৷ টি-২০ ক্ৰিকেটত বিৰাটৰ ৰেংক হ’ল নৱম৷ তদুপৰি ধাৱানৰ স্থান হ’ল ১৫৷ ইপিনে, মনীশ পাণ্ডেয়ে চাৰিটা স্থান আগুৱাই ৭০ত উপনীত হৈছে৷ আনহাতে ভাৰতৰ বেগী বলাৰে টি-২০ত আশা কৰা মতে ৰেংক আগুৱাবলৈ সক্ষম হৈছে৷ নৱদীপ ছাইনীয়ে ১৪৬ স্থানৰ পৰা ৯৮ স্থানলৈ আগুৱাবলৈ সক্ষম হৈছে৷ যশপ্ৰীত বোমৰাহে আঠটা স্থান আগুৱাই ৩৯ ৰেংকত উপনীত হৈছে৷

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

by News Desk
April 30, 2026
50
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

by News Desk
April 30, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ
Sports News

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

by News Desk
March 10, 2026
50
T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব
Sports News

T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব

by News Desk
March 9, 2026
50
T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ
Sports News

T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ

by News Desk
March 6, 2026
50
ADVERTISEMENT
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি
National-International

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
50
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
National-International

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

May 2, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

May 2, 2026
50
‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২
National-International

‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২

May 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

May 2, 2026
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

May 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx