ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Flood Situation I এতিয়াও জলমগ্ন ৰাজ্যৰ ৩,৬১৮ খন গাঁও

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 6, 2024
Reading Time: 1 min read
A A
0
Assam Floods : চলিত বানত মৃত্যুৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি, বুধবাৰে মৃত্যু ৮ জনৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

অসমকে ধৰি চুবুৰীয়া ৰাজ্যসমূহত বিগত কেইবা দিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমত ভয়াৱহ বান (Assam Flood) পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ ফলত কেইবাখনো জিলাৰ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

Assam Flood Situation I
এতিয়াও জলমগ্ন ৰাজ্যৰ ৩,৬১৮ খন গাঁও:

আনহাতে, মথাউৰি ছিগা, পথত খহনীয়া আদি ঘটনাৰ লগতে বিস্তীৰ্ণ কৃষিপথাৰো বানৰ কবলত। তাৰ মাজতে নিৰাপদ আশ্ৰয়ৰ সন্ধানত বানাক্ৰান্তই মথাউৰি, ওখ স্থান বা আশ্রয় শিবিৰত আশ্ৰয় লৈছে।

আনহাতে, খহনীয়াত ভেটি-মাটি উছন যোৱাৰ লগতে কেইবাটাও প্ৰাণহানিৰ ঘটনা সংঘটিত হৈছে। ইফালে খাদ্য, খোৱাপানী, ঔষধ তথা প্রয়োজনীয় চিকিৎসাৰো অভাৱ ঘটিছে।

একেদৰে পোহনীয়া জীৱ-জন্তুও ক্ষতিগ্ৰস্ত হৈছে। আনহাতে আকৌ বানৰ প্রকোপত বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিছে বন্যপ্ৰাণীয়ে৷
মাজতে এটা দিন কোনো কোনো অঞ্চলত বানৰ পানী শুকাইছিল যদিও বৃহস্পতিবাৰে নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ ফেনে-ফোটোকাৰে বাঢ়ি আহিছে।

যাৰ ফলত বিগত ২৪ ঘণ্টাত উজনি-নামনি, বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহুকেইখন জিলাৰ ন ন অঞ্চল পুনৰ প্লাবিত হৈছে। কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে, নিমাতীঘাট, গোৱালপাৰা, গুৱাহাটী আৰু ধুবুৰীত ব্ৰক্ষ্মপুত্ৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। আনহাতে, বুঢ়িদিহীং, দিচাং, কপিলী, জীয়াভৰলী, দিখৌ, বৰাক, কুচিয়াৰা নদীও বিপদসীমাৰ ওপৰেৰে বৈ আছে।

অৱশ্যে চৰকাৰী তথ্য মতে, বিগত ২৪ ঘণ্টাত ৰাজ্যত বানত কোনো লোকৰ মৃত্যু হোৱা নাই।
ইফালে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ শেহতীয়া তথ্যমতে, ৰাজ্যৰ মুঠ ৩,৬১৮ গাঁও পানীৰ তলত। বঙাইগাঁও, ধুবুৰী, কামৰূপ, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমাৰা আদি জিলাৰ বহুকেইটা ৰাজহ চক্ৰৰ ভালেমান অঞ্চল বানৰ কবলত।

এই মুহূৰ্তত ৰাজ্যত বানত আক্ৰান্ত হৈছে প্রায় 24.22 লাখ। ধুবুৰী জিলাত সৰ্বাধিক ৭.৭ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰি বৰপেটাত ১.৩৯ লাখ, কাছাৰত ১.৭৫ লাখ, দৰঙত ১.৮৬ লাখ, মৰিগাঁৱত ১.৪৬ লাখ লোক বানৰ কবলত পৰিছে।

Tags: 3এতিয়াও জলমগ্ন ৰাজ্যৰ৬১৮ খন গাঁও
Share4Tweet3Send

Related Posts

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

by News Desk
April 29, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

by Staff Reporter
April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
ADVERTISEMENT
‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত
National-International

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026
50
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক
National-International

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

May 3, 2026
50
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ
National-International

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

May 3, 2026
50
Air India : বিমানত হিন্দু আৰু শিখক ‘হালাল’ খাদ্য পৰিবেশন নকৰে এয়াৰ ইণ্ডিয়াই
National-International

‎এদিনত বাতিল হ’ল ১০০ খন বিমান I ইন্ধনৰ মূল্যবৃদ্ধিত বৃহৎ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

May 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

May 3, 2026
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

May 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx