ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Vote Counting on June 4 I লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু প্ৰশাসন : আয়ুক্ত মধুমিতা ভাগৱতী

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
May 27, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ দুদিনীয়া অৱস্থান ধৰ্মঘট

ডিফু ক্লাৱত জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে বিজেপিৰ ৰক্তদান শিৱিৰ অনুষ্ঠিত

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

সোমবাৰে বিয়লি ২ বজি ৩০ মিনিটত ডিফু আৱৰ্ত ভৱন (Diphu Circut Bhawan)ত কাৰবি আংলং জিলাৰ আয়ুক্ত (District Commissioner) মধুমিতা ভাগৱতীয়ে  এখন সংবাদ মেল (Madhumita Bhagwati’s press conference) সম্বোধন কৰি ৪ জুনৰ ভোটগণনাৰ সবিশেষ ব্যাখ্যা কৰে৷ ৪ জুনত প্ৰথমে পোষ্টেল বেলটৰ গণনা (Vote Counting on June 4) হ’ব৷ ৫৫০৫ জন লোকে পোষ্টেল বেলেটৰে ভোটদান কৰিছিল ৷

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু প্ৰশাসন : আয়ুক্ত মধুমিতা ভাগৱতী
লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু প্ৰশাসন : আয়ুক্ত মধুমিতা ভাগৱতী

ই টি পি বি এছ ৰ জড়িয়তে ১০১৮ জন ভোটাৰে ভোটদান কৰিছে ৷ ইয়াৰে  ৬৬২   টা ই টি পি বি এছৰ ভোট আহি পালে ৷ ৪ তাৰিখে ডিফুৰ আই এছ বি টিৰ  ষ্টং ৰোমত ডিফু বিধানসভা সমষ্টিৰ ১৭ ৰাউণ্ডত ভোটগণনা হ’ব ৷ হাওৰাঘাট বিধানসভা সমষ্টিৰ ভোটগণনা ১৮ ৰাউণ্ডত সমাপ্ত হ’ব ৷ একেদৰে বোকাজান বিধানসভা সমষ্টিৰ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্টং ৰোমত ১৫ ৰাউণ্ড ভোটগণনা হ’ব৷ হাফলং বিধানসভা সমষ্টিৰ হাফলং উপায়ুক্ত কাৰ্যলয়ৰ ষ্টং ৰোমত ১৯ ৰাউণ্ড ভোটগণনা হ’ব৷ একেদৰে পশ্চিম কাৰবি আংলং জিলাৰ আমৰি আৰু ৰংখাং বিধানসভা সমষ্টিৰ ১৫ ৰাউণ্ডকৈ ভোটগণনা হ’ব৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: MadhumitaBhagwatiমধুমিতাভাগৱতী
Share7Tweet4Send

Related Posts

গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ দুদিনীয়া অৱস্থান ধৰ্মঘট
KARBI ANGLONG

গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ দুদিনীয়া অৱস্থান ধৰ্মঘট

by Staff Reporter
November 18, 2025
51
ডিফু ক্লাৱত জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে বিজেপিৰ ৰক্তদান শিৱিৰ অনুষ্ঠিত
KARBI ANGLONG

ডিফু ক্লাৱত জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে বিজেপিৰ ৰক্তদান শিৱিৰ অনুষ্ঠিত

by Staff Reporter
November 18, 2025
54
Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

by ASSAM TIMES POST
November 17, 2025
56
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ
KARBI ANGLONG

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

by ASSAM TIMES POST
November 17, 2025
54
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

by Staff Reporter
November 15, 2025
55
খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক

by Staff Reporter
November 12, 2025
66
ADVERTISEMENT
ৰাজনৈতিক উত্তেজনাৰ বাবে স্থগিত হোৱাৰ সম্ভাৱনা ভাৰত-বাংলাদেশ মহিলা শৃংখলা
National-International

ৰাজনৈতিক উত্তেজনাৰ বাবে স্থগিত হোৱাৰ সম্ভাৱনা ভাৰত-বাংলাদেশ মহিলা শৃংখলা

November 19, 2025
50
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

Cold wave । শীতৰ আৰম্ভণিতে কঁপিছে উত্তৰ আৰু মধ্য ভাৰত

November 19, 2025
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
National-International

Maoist encounter I অন্ধ্ৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৭ মাওবাদী নিহত

November 19, 2025
50
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল
Assam

HSLC Exam 2026 I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ৰাজনৈতিক উত্তেজনাৰ বাবে স্থগিত হোৱাৰ সম্ভাৱনা ভাৰত-বাংলাদেশ মহিলা শৃংখলা

ৰাজনৈতিক উত্তেজনাৰ বাবে স্থগিত হোৱাৰ সম্ভাৱনা ভাৰত-বাংলাদেশ মহিলা শৃংখলা

November 19, 2025
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি

Cold wave । শীতৰ আৰম্ভণিতে কঁপিছে উত্তৰ আৰু মধ্য ভাৰত

November 19, 2025
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:

Maoist encounter I অন্ধ্ৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৭ মাওবাদী নিহত

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13847) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10912) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d