ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Lok sabha election 2024 I প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ কাৰ কিমান শিক্ষা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 6, 2024
Reading Time: 1 min read
A A
0
Lok sabha election 2024 I প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ কাৰ কিমান শিক্ষা

RELATED POSTS

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

New Logo Smal | ASSAM TIMES POST

ৰাজ্যত এতিয়া লোকসভা নিৰ্বাচনৰ (Loksabha Election) গৰম বতাহ। অহা ১৯ এপ্ৰিলৰ পৰা দেশত সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটদান পৰ্ব। অসমতো চাৰিটা পৰ্য্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। প্ৰথম পৰ্যায়ত উজনি অসমৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। তাৰ বাবে এতিয়া প্ৰচাৰ কার্য তুংগত উঠিছে। উল্লেখযোগ্য যে এইবাৰ অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩৫ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে৷ সমষ্টি ভিত্তিক প্ৰাৰ্থীৰ সংখ্যা হৈছে এনেধৰণৰ :

Lok sabha election 2024 I
প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ কাৰ কিমান শিক্ষা:

শোণিতপুৰ লোকসভা সমষ্টি : ৮
লখিমপুৰ সমষ্টি : ৯
কাজিৰঙা সমষ্টি : ১১
যোৰহাট সমষ্টি : ৪
ডিব্ৰুগড় লোকসভা সমষ্টি : ৩

আনহাতে, মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত
প্ৰাৰ্থীসকলে দাখিল কৰিবলগা শপতনামাত বিভিন্ন বিষয়ৰ ভিতৰত নিজৰ শিক্ষাগত অৰ্হতাৰ কথাও উল্লেখ কৰিব লাগে। এই শপতনামা অনুসৰি বিভিন্ন প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা এনেধৰণৰ :

শোণিতপুৰ লোকসভা সমষ্টি :

১) ৰঞ্জিত দত্ত (বিজেপি) : উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ (দৰং কলেজ, ১৯৭৪-৭৫)

২) ঋষিৰাজ কৌণ্ডিন্য (আম আদমি পাৰ্টী) : স্নাতক ডিগ্ৰীধাৰী (২০০২ চন)

৩) প্ৰেমলাল গঞ্জু (কংগ্ৰেছ) : উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ (ঝাৰখণ্ড ৰাজ্যিক মুক্ত বিদ্যালয়ৰ অধীনৰ প্ৰজ্ঞা একাডেমী, ২০১৮)

৪) আলম আলী (বহুজন মহা পাৰ্টী) : সপ্তম শ্ৰেণী উত্তীৰ্ণ

৫) ৰামেশ্বৰ স্বৰ্গীয়াৰী (ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেল) : অষ্টম শ্ৰেণী উত্তীৰ্ণ

৬) ৰাজু দেউৰী (বিপিএফ) : আইনৰ স্নাতকোত্তৰ (দিল্লী বিশ্ববিদ্যালয়, ২০০৯)

৭) প্ৰদীপ ভাণ্ডাৰী (নিৰ্দলীয়) : বাণিজ্য শাখাৰ স্নাতক (গুৱাহাটী কমাৰ্চ কলেজ)

৮) ৰিংকু ৰয় (গণ সুৰক্ষা পাৰ্টী) : দশম শ্ৰেণী উত্তীৰ্ণ

লখিমপুৰ লোকসভা সমষ্টি

১) উদয় শংকৰ হাজৰিকা (কংগ্ৰেছ) : সন্মানসহ স্নাতক (নৰ্থ লখিমপুৰ কলেজ, ১৯৮৩)
২) প্ৰদান বৰুৱা (বিজেপি) : মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমাধাৰী (১৯৮৫)

৩) ঘনকান্ত চুতীয়া (অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ) : স্নাতকোত্তৰ (নেহু, ২০০২)

৪) ধীৰেণ কছাৰী (চিপিআই) : দ্বাদশ শ্ৰেণী উত্তীৰ্ণ (ধেমাজি কলেজ, ১৯৮২)

৫) পল্লৱ পেগু (ছ’চিয়েলিষ্ট ইউনিটি চেন্টাৰ অব ইণ্ডিয়া, কমিউনিষ্ট) : স্নাতক ডিগ্ৰী (নৰ্থ লখিমপুৰ কলেজ, ২০০৬)

৬) বীৰেণ বাইলুং (ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেল) : হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ (পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৯৮৬)

৭) দেৱ নাথ পাইট (নির্দলীয়) : স্নাতক আৰু এলএলবি (চিলাপথাৰ কলেজৰ পৰা স্নাতক, ২০১২ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত এলএলবি, ২০১৬)

৮) বিক্ৰম ৰামচিয়াৰী (নিৰ্দলীয়) : বাণিজ্য শাখাৰ স্নাতক (চিলাপথাৰ পূৰ্বাঞ্চল কলেজ, ২০১৬)

৯) গোবিন বিশ্বকর্মা (নিৰ্দলীয়) : উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ (ফুলব‍াৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ২০১৬)

কাজিৰঙা লোকসভা সমষ্টি :

১) কামাখ্যা প্ৰসাদ তাছা (বিজেপি) : স্নাতকোত্তৰ ডিগ্ৰী (ডিব্ৰুগড় বিশ্ববিদ্যালয়, ১৯৯৯)

২) ৰ’জলীনা তির্কী (কংগ্ৰেছ) : এমবিএ ডিগ্ৰী (ইণ্ডিয়ান ইনষ্টিটিউট অব প্লেনিং এণ্ড মেনেজমেণ্ট, ২০০৬)

৩) অনিমা ডেকা গুপ্তা (ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেল) : স্নাতক ডিগ্ৰী (কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, ২০২৩)

৪) চেলিম আহমেদ (অসম জনমৰ্চা) : নৱম শ্ৰেণী উত্তীৰ্ণ

৫) ছালেহ আহমেদ মজুমদাৰ (ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ, আঠাৱালে) : স্নাতক ডিগ্ৰী (হাজোৰ হ‍াজি আনফাৰ আলী কলেজ, ২০২২)

৬) জ্যোতিষ্ক ৰঞ্জন গোস্বামী (নির্দলীয়) : বিজ্ঞানৰ স্নাতক ডিগ্ৰী আৰু এলএলবি উত্তীৰ্ণ

৭) ত্রিদীৱজ্যোতি ভূঞা (নির্দলীয়) : ইঞ্জিনীয়াৰিঙৰ স্নাতক (১৯৮৫)

৮) দিলোৱাৰা বেগম চৌধুৰী (নির্দলীয়) : দশম শ্ৰেণী উত্তীৰ্ণ

৯) বিনোদ গগৈ (নিৰ্দলীয়) : স্নাতক

১০) শৈলেন চন্দ্ৰ মালাকাৰ (ভাৰতীয় গণ পৰিষদ) : মেট্ৰিক উত্তীৰ্ণ (১৯৭৮)

১১) আব্দুল হক (নিৰ্দলীয়) : দশম শ্ৰেণী উত্তীৰ্ণ

ডিব্ৰুগড় লোকসভা সমষ্টি :

১) মনোজ ধানোৱাৰ (আম আদমী পাৰ্টী) : মেকানিকেলত বিটেক (অন্ধ্ৰপ্ৰদেশৰ ৰিজিঅ’নেল ইঞ্জিনিয়াৰীং কলেজ, ১৯৯২)

২) সৰ্বানন্দ সোণোৱাল (বিজেপি) : আইনৰ স্নাতক, কমিউনিকেচন এণ্ড জাৰ্নালিজমত স্নাতক (গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৯৬)

৩) লুৰীণজ্যোতি গগৈ (অসম জাতীয় পৰিষদ) : গণিতত স্নাতকোত্তৰ (ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০০৪)

যোৰহাট লোকসভা সমষ্টি :

১) গৌৰৱ গগৈ (কংগ্ৰেছ) : নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধীনত পাব্লিক এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ (২০১০)

২) তপন গগৈ (বিজেপি) : সমাজবিজ্ঞানত স্নাতকোত্তৰ আৰু এলএলবি (ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০০৭ আৰু ২০১১)

৩) অৰুণ চন্দ্ৰ সন্দিকৈ (একম সনাতন ভাৰত) : দশম শ্ৰেণী উত্তীৰ্ণ

৪) ৰাজ কুমাৰ দুৱৰা (নিৰ্দলীয়) : দশম শ্ৰেণী উত্তীৰ্ণ

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাৰ কিমান শিক্ষাপ্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰপ্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত
Share4Tweet3Send

Related Posts

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
50
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
51
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
52
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
ADVERTISEMENT
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

August 25, 2026
50
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

August 25, 2026
50
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

August 25, 2026
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

August 25, 2026
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d