ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Budget 2024 : হ্ৰাস-বৃদ্ধি নহ’ল আয়কৰত, কাৰণ ব্যাখ্যা বিত্তমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 1, 2024
Reading Time: 1 min read
A A
0
Budget 2024 : হ্ৰাস-বৃদ্ধি নহ’ল আয়কৰত, কাৰণ ব্যাখ্যা বিত্তমন্ত্ৰীৰ

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিম বাজেট (Budget)ত আয়কৰৰ গাঁথনিৰ (Income Tax Structure) কোনো পৰিৱৰ্তন ঘটোৱা নাই। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াৰ কাৰণ অৱগত কৰে। তেওঁ ঘোষণা কৰে, “যিহেতু এইটো এটা নিৰ্বাচনী বৰ্ষ, আমি এই সন্দৰ্ভত কোনো সিদ্ধান্ত ঘোষণা কৰা নাই।” অৱশ্যে ইয়াৰ পূৰ্বে ২০১৯ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে আয়কৰ ৰেহাইৰ সীমা অন্তৱৰ্তীকালীন বাজেটত বৃদ্ধি কৰা হৈছিল। অহা মাৰ্চ পৰ্যন্ত বলবৎ থকা কৰ গাঁথনি পৰৱৰ্তী বাজেটলৈ বৃদ্ধি কৰা হৈছে বুলিও বিত্তমন্ত্ৰীয়ে কয়।

উল্লেখযোগ্য যে পুৰণি কৰ গাঁথনিত ২ লাখ ৫০ হাজাৰ টকাৰ ওপৰত সৰ্বনিম্ন হাৰত আয়কৰ প্ৰযোজ্য আছিল। অন্তৱৰ্তীকালীন বাজেটত ৫০ হাজাৰৰ পৰা ৩ লাখ টকালৈ বৃদ্ধি কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ফলত বছৰি ১২৫০ টকা ৰাহি হ’ব।

budget0 | ASSAM TIMES POST

সেই ক্ষেত্ৰত ৫.৫ লাখ টকা পৰ্যন্ত আয়কৰ দিব নালাগিব। একে সময়তে পুৰণি আৰু নতুন দুয়োটা কৰ গাঁথনিতে ‘standard deduction’ৰ পৰিমাণ ৫০ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ টকালৈ বৃদ্ধি হ’ব পাৰে বুলিও চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছিল। কিন্তু কাৰ্যত সেয়া নহ’ল।

সাধাৰণতে লোকসভা নিৰ্বাচনী বৰ্ষত নিৰ্বাচনৰ পিছত নতুন চৰকাৰ গঠন হ’লে সম্পূৰ্ণ বাজেট দাখিল কৰা হয়। চৰকাৰী ব্যয় আৰু কাম-কাজত যাতে বাধাৰ সৃষ্টি নহয় তাৰ বাবে নিৰ্বাচনৰ পূৰ্বে ‘ভোট অন একাউণ্ট’ বা অন্তৱৰ্তীকালীন বাজেট দাখিল কৰা হয়। সাধাৰণতে অন্তৱৰ্তীকালীন বাজেটত কোনো ডাঙৰ ঘোষণা কৰা নহয়। কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও অন্তৱৰ্তীকালীন বাজেটত আয়কৰ ৰেহাইৰ সীমা বৃদ্ধি কৰা হৈছিল। পাঁচ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনেও কৰ দিব নালাগিব বুলি ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে বৰ্তমান দেশত আয়কৰৰ দুটা গাঁথনি চলি আছে। এটা পুৰণি আৰু আনটো নতুন। নতুন কৰ গাঁথনিত উচ্চ সীমা ৭ লাখ টকা। কৰৰ হাৰ কম, কিন্তু কৰ ৰেহাই নাই। পুৰণিবোৰত এতিয়াও বিভিন্ন ৰেহাই আছে।

Tags: BudgetIncomeTax2024বাজেটআয়কৰ
Share4Tweet3Send

Related Posts

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

by News Desk
June 27, 2026
50
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
ADVERTISEMENT
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I কেন্দ্ৰ-চিজেপিৰ আলোচনাৰ মাজতো অনশনত ৱাংচুক, অমিত শ্বাহ-ধৰ্মেন্দ্ৰ প্ৰধানৰ চাৰি ঘণ্টীয়া বৈঠক

July 21, 2026
50
Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত
National-International

Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

July 21, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

CJP protest I কেন্দ্ৰ-চিজেপিৰ আলোচনাৰ মাজতো অনশনত ৱাংচুক, অমিত শ্বাহ-ধৰ্মেন্দ্ৰ প্ৰধানৰ চাৰি ঘণ্টীয়া বৈঠক

July 21, 2026
Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

July 21, 2026
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx