ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Inauguration of foundation stone, Karbi Anglong : কার্বি আংলং-পশ্চিম কাৰ্বি আংলঙত উন্নয়নৰ খতিয়ান ল’ব বিজেপি নেতা-কর্মীয়ে

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
December 22, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

New Logo Smal 3 | ASSAM TIMES POST

লোকসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি বিজেপি নেতৃত্বাধীন কার্বি আংলং (Karbi Anglong) স্বায়ত্ত শাসিত পৰিষদে পৰিষদৰ ২৬টা সমষ্টিত উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰাৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা আৰু নিৰ্মাণ সম্পূর্ণ হোৱা আঁচনিৰ উদ্বোধন (Inauguration of foundation stone of development scheme and completion of scheme) সমাপ্ত কৰাৰ পাছত এইবাৰ দুয়োখন পার্বত্য জিলাৰ গাঁৱে-ভুঁঞে, চহৰে-নগৰে উন্নয়নৰ খতিয়ান ল’বলৈ যাব বিজেপিৰ নেতা-কর্মীসকলে।

আজি ডিফুৰ তাৰালাংছ’ত থকা কার্বি পিপুলচ হলত সাংবাদিকৰে সৈতে হোৱা এক বার্তালাপত আগন্তুক নৱবৰ্ষত কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ল’বলগীয়া কেতবোৰ গুৰুত্ব পূর্ণ পদক্ষেপ আৰু পৰিকল্পনা সদৰি কৰে। ৰংহাঙে জিলাখনত বসবাস কৰা সকলো জাতি-জনগোষ্ঠী আৰু ধর্মাৱলম্বী লোকক খ্রীষ্টমাছ, নৱবৰ্ষ আৰু কাৰবি নববর্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। বিগত পৰিষদৰ নিৰ্বাচনত দুয়োখন পার্বত্য জিলাৰ জনসাধাৰণে ২৬টা পৰিষদীয় সমষ্টিত বিজেপিৰ প্রার্থীক বিজয়ী কৰি অনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি নির্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই দিয়া প্রতিশ্রুতিসমূহ এতিয়া পৰিষদ আৰু অসম চৰকাৰে ৰূপায়ণ কৰি আছে বুলি প্রকাশ কৰে। এই উদ্দেশ্য আগত ৰাখি ২৬টা পৰিষদীয় সমষ্টিত ঐক্য-বিজয় আৰু সমৃদ্ধি ৰেলী অনুষ্ঠিত কৰা হ’ল বুলি সদৰি কৰে ৰংহাঙে।

Karbi | ASSAM TIMES POST

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা প্রতিশ্রুতিসমূহ আখৰে আখৰে পালন কৰাৰ বাবে বিজেপি নেতৃত্বাধীন পৰিষদখন বদ্ধপৰিকৰ বুলি উল্লেখ কৰি জনসাধাৰণে বাট-পথ, বিশুদ্ধ খোৱা পানী, শিক্ষানুষ্ঠান আদিকে ধৰি উন্নয়নমূলক আঁচনিসমূহৰ দ্বাৰা লাভাম্বিত হৈছে নে নাই তাৰ খতিয়ান ল’বলৈ বিজেপি নেতা-কর্মীসকল লোকসভা নিৰ্বাচনৰ পূর্বে দুয়োখন পার্বত্য জিলাৰ গাঁৱে ভূঞে, নগৰে-চহৰে যাব বুলি উল্লেখ কৰি ইয়াৰ প্রতিবেদন প্রদান কৰিব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্রতিশ্রুতি অনুসৰি দুয়োখন জিলাত ২৫০১ কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কাম আৰম্ভ কৰা হৈছে। অসম মালাৰ জৰিয়তে ৯২০ কোটি টকাৰ পথ নির্মাণ কৰি থকা হৈছে।

ইয়াৰোপৰি কাজিৰঙা-ৰংমংবে-ডকমকাৰ মাজত ৩০০ কোটি টকা ব্যয় সাপেক্ষে পথ নির্মাণৰ পৰিকল্পনা লোৱা হৈছে। আগন্তুক নৱবৰ্ষৰ প্রথম সপ্তাহত তাৰালাংছ’ত নির্মাণ সম্পূর্ণ হোৱা অসমৰ ভিতৰতে প্রথম ৩০০০ আসন বিশিষ্ট অত্যাধুনিক প্রেক্ষাগৃহ উদ্বোধন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ উদ্বোধন কৰা হ’ব বুলিও সদৰি কৰে ৰংহাঙে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KarbiAnglongকার্বিআংলং-পশ্চিমকাৰ্বিআংলঙ
Share5Tweet3Send

Related Posts

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
53
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
55
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

by News Desk
September 4, 2026
61
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

by News Desk
September 2, 2026
63
ADVERTISEMENT
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
50
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

September 8, 2026
50
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

September 8, 2026
50
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

September 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

September 8, 2026
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d