ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মানৱতাৰ উৎকৃষ্ট নিদৰ্শন : বিপদত পৰা জাপানিজ পৰিয়ালক সহায় কৰিলে ২ অসমীয়াই

ASSAM TIMES POST by ASSAM TIMES POST
December 25, 2019
Reading Time: 1 min read
A A
0
মানৱতাৰ উৎকৃষ্ট নিদৰ্শন : বিপদত পৰা জাপানিজ পৰিয়ালক সহায় কৰিলে ২ অসমীয়াই

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদন

যোৱা ১৫ ডিচেম্বৰত ভাৰত-জাপান দ্বিপাক্ষিক সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছিল গুৱাহাটীত৷ কিন্তু অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে জাপানৰ প্ৰধান মন্ত্ৰী ছিজো আবেৰ অসম ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিছিল জাপান চৰকাৰে৷

কিন্তু সাম্প্ৰতিক পৰিস্থিতি সত্ত্বেও অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰা নাছিল জাপানৰ এহাল দম্পতিয়ে৷ অৱশ্যে জাপানৰ প্ৰধান মন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচীৰ লগতে এওঁলোকৰ ভ্ৰমণৰ কোনো সম্পৰ্ক নাই৷ এওঁলোক হ’ল পৰ্যটক৷ জাপানৰ য়ামাগুচিৰ বাসিন্দা হিৰোছি ফুজিটাই নিজৰ পত্নী আৰু দুই সন্তানক লৈ ২২ ডিচেম্বৰত কলকাতাৰ পৰা আহে অসমলৈ৷ উদ্দেশ্য অসমৰ পৰা চাহগছ সংগ্ৰহ কৰি নিজৰ চাহ বাগানত সংৰোপণ কৰা৷

image 4 1 | ASSAM TIMES POST

কিন্তু অসমলৈ আহি যে ইমান সমস্যাত পৰিব তাক ভবা নাছিল তেওঁলোকে৷ কিয়নো সংশোধিত নাগৰিকত্ব আইন বাতিলৰ আন্দোলনৰ উত্তাপত উত্তাপিত হৈ আছে বৰ্তমান সমগ্ৰ ৰাজ্যখন৷ ইয়াৰ মাজতে অসমৰ মাটিত ভৰি থৈ প্ৰথম খোজতে পৰে বিপৰ্যয়ত৷ কিয়নো তেওঁলোকে অনলাইনত যি হোটেল বুকিং কৰিছিল, বহু বিচাৰিও তেনে কোনো হোটেলৰ সন্ধানেই নাপালে যোৰহাটৰ আটিলাগাঁৱত৷ তাৰ উপৰি লগত নাছিল পৰ্যাপ্ত ভাৰতীয় মুদ্ৰা৷ বিদেশী মুদ্ৰা ভঙাবৰ বাবেও উপায় পোৱা নাছিল আন্দোলনত উত্তপ্ত উজনি অসমত৷ আনহাতে, স্থানীয় দোকানসমূহতো তেওঁলোকৰ লগত থকা আন্তঃৰাষ্ট্ৰীয় ডেবিট বা ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা নাছিল৷ ফলত দুই সন্তানসহ সোমবাৰে দিনটো একো খাব পোৱা নাছিল ফুজিটা দম্পতিয়ে৷

উপায় নাপায় ৰাস্তাৰ কাষত বহি থকা বিদেশী পৰিয়ালটোক দেখি আগবাঢ়ি আহে স্থানীয় দুই যুৱক ব্ৰজকমল গৌতম আৰু দীপজ্যোতি দাস৷ প্ৰথমতে তেওঁলোকে চাৰিওজনকে এখন ৰেষ্টুৰেণ্টলৈ নি খোৱা-লোৱাৰ ব্যৱস্থা কৰি দিয়ে৷ কাম চলাবৰ বাবে হিৰোছিৰ হাতত তুলি দিয়ে কিছু নগদ ভাৰতীয় টকা৷ যোগাযোগ কৰে স্থানীয় আৰক্ষী-প্ৰশাসনৰ সৈতে৷ উপায়ুক্তৰ উদ্যোগত পৰিয়ালটোৰ থকা-খোৱাৰ ব্যৱস্থা কৰা হয়৷ লগতে বেংকৰ সৈতে যোগাযোগ কৰি মুদ্ৰা পৰিৱৰ্তনৰ ব্যৱস্থাও কৰি দিয়ে৷

আৰম্ভণিৰ বিপৰ্যয় ৰুধি অসমবাসীৰ মানৱীয়তাত মুগ্ধ হয় ফুজিটা পৰিয়াল৷ লগতে প্ৰশংসাৰে উপচায় পেলায় দুই যুৱকক৷

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx