ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Two Brothers Missing in Brahmaputra at Dibrugarh I মাতৃৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত জাহ যোৱা দুগৰাকী ভাতৃৰ এজনৰ সন্ধান

বিশেষ প্ৰতিনিধিঃ

News Desk by News Desk
November 13, 2023
Reading Time: 1 min read
A A
0
Two Brothers Missing in Brahmaputra at Dibrugarh I মাতৃৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত জাহ যোৱা দুগৰাকী ভাতৃৰ এজনৰ সন্ধান

RELATED POSTS

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

ৰিয়া তালুকদাৰ হত্যাকাণ্ড:দুটা ভাগত ৰিয়াৰ মৃতদেহ, ফ্ৰীজত উদ্ধাৰ ছিন্ন মুণ্ড

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

যোৱা ৮ নৱেম্বৰৰ দিনটোত ডিব্ৰুগড়ৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰ নদীত নিখোঁজ (Missing in Brahmaputra river at Mohanaghat in Dibrugarh) হোৱা দুই ভাতৃৰ ভিতৰত বিগত ৬ দিনৰ অন্তত সন্ধান ওলাল এগৰাকী ভাতৃৰ (Search for a brother)। মৃতদেহটো দিগন্ত ভাৰতীৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ (Diganta Bharti identifies as family) লোকে।

উল্লেখ্য যে, বিগত ৮ নৱেম্বৰ তাৰিখে মাতৃ সাবিত্ৰী কাকতিৰ ছয়মহীয়া সকামৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰ নদীত জাহ গৈছিল (Went to the Brahmaputra river to give pind) দুই ভাতৃ ক্ৰমে অনন্ত আৰু দিগন্ত ভাৰতী।

 মাতৃৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত জাহ যোৱা দুগৰাকী ভাতৃৰ এজনৰ সন্ধান
মাতৃৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত জাহ যোৱা দুগৰাকী ভাতৃৰ এজনৰ সন্ধান:

এই সমগ্ৰ ঘটনাৰ একমাত্ৰ সাক্ষী আছিল দিগন্তৰ ৭ বছৰীয়া কন্যা গৰাকী। উক্ত দিনাই এচডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে নদীৰ বুকুত সন্ধান আৰম্ভ কৰিছিল যদিও এই ছয়দিন পৰ্যন্ত ভাতৃ দুগৰাকীৰ কোনো শুং সূত্ৰ পোৱা নাছিল।নিতৌ তেওঁলোকৰ পৰিয়ালৰ লোকে নদীৰ পাৰত বহি সন্ধানৰ আশাত চাকি বন্তি জ্বলাই গৈছিল। অৱশেষত ভাতৃ দিগন্তৰ সন্ধান পোৱা গৈছে যদিও অনন্ত ভাৰতীৰ বৰ্তমানলৈকে সন্ধান পোৱা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: TwoBrothersMissinginBrahmaputraদুগৰাকীভাতৃৰএজনৰসন্ধান
Share4Tweet3Send

Related Posts

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by News Desk
September 7, 2026
50
জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান
Assam

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

by News Desk
September 7, 2026
50
ৰিয়া তালুকদাৰ হত্যাকাণ্ড:দুটা ভাগত ৰিয়াৰ মৃতদেহ, ফ্ৰীজত উদ্ধাৰ ছিন্ন মুণ্ড
Assam

ৰিয়া তালুকদাৰ হত্যাকাণ্ড:দুটা ভাগত ৰিয়াৰ মৃতদেহ, ফ্ৰীজত উদ্ধাৰ ছিন্ন মুণ্ড

by ASSAM TIMES POST
September 7, 2026
57
Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ
Assam

Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ

by News Desk
September 6, 2026
65
Vice President : অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন
Assam

Vice President : অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

by News Desk
September 6, 2026
55
Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান
Assam

Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান

by News Desk
September 5, 2026
55
ADVERTISEMENT
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
50
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
50
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026
50
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

September 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d