ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

KAAC Session I KAACৰ বাজেট অধিৱেশন, নিজাববীয়া আৰক্ষী বাহিনী গঠনৰ বিধেয়ক উত্থাপন

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
November 8, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ (KAAC) এলেকাৰ বিভিন্ন সমস্যাৰ সন্মূখীন হোৱাৰ বাবে গঠন কৰিব নিজাববীয়া এক আৰক্ষী বাহিনী (Police Force)৷ আজি পৰিষদৰ ২৪৬তম ছেচনত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Chief Executive Member Tuliram Ronghang) এই সন্দৰ্ভত এখন বিধেয়ক উপস্থাপন (Introduction of a Bill) কৰে৷

KAACৰ বাজেট অধিৱেশন
KAACৰ বাজেট অধিৱেশন, নিজাববীয়া আৰক্ষী বাহিনী গঠনৰ বিধেয়ক উত্থাপন

ছেচনৰ অন্তত সংবাদ মাধ্যমৰ আগত ৰংহাঙে এই কথা সদৰি কৰি কয় যে, ষষ্ঠ অনুসূচীভূক্ত পৰিষদ গঠন হোৱাৰ সময়তে পৰিষদৰ সংবিধানত পেৰা-৩ চাব পেৰা এফ যোগে পৰিষদৰ এক্তিয়াৰৰ ভিতৰত থকা অঞ্চলৰ নগৰ আৰু গাওঁ সমূহৰ বাবে (গাওঁ উন্নয়ন পৰিষদ)ৰ বাবে পৰিষদৰ নিজাববীয়া আৰক্ষী বাহিনী গঠনৰ ক্ষমতা অৰ্পণ কৰা হৈছিল৷ যদিও এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ৷ শেহতীয়া পৰিষদৰ কাৰ্যবাহী সভাত এক সিদ্ধান্ত গ্ৰহণ কৰি পৰিষদত বিধেয়ক উত্থাপনৰ সিদ্ধান্ত লোৱা হয়৷ সেই সিদ্ধান্ত মৰ্মে আজি পৰিষদৰ চেছনত বিধেয়ক উত্থাপন কৰা হয় আৰু পৰিষদৰ ২৪৭তম অধিৱেষনত এই বিধেয়ক গৃহীত কৰা হ’ব বুলি ৰংহাঙে প্ৰকাশ কৰে৷

RELATED POSTS

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

উল্লেখ্য যে, এই আৰক্ষী বাহিনীত প্ৰথম পৰ্যায়ত দুশ নিযুক্তি প্ৰদান কৰা হ’ব৷ এই বাহিনীত পৰিদৰ্শক, উপপৰিদৰ্শসহ চিপাহী থাকিব৷ পৰিষদৰ প্ৰশাসনীয় এলেকা বহুত ডাঙৰ বুলি উল্লেখ কৰি ৰংহাঙে কয় যে, আমাৰ সীমা সমস্যা, অনুপ্ৰৱেশ সমস্যা, কৰ-কাটল সংগ্ৰহৰ সমস্যা, খনিজাত সামগ্ৰীৰ খনি সমূহৰ সুৰক্ষা আদি সমাধানৰ বাবে আমাক নিজাববীয়া এনে এটা বাহিনী প্ৰয়োজন হৈছে৷

karbi bujetp1 | ASSAM TIMES POST

আনহাতে এই বাহিনীক অসম চৰকাৰে প্ৰশিক্ষণ প্ৰদানৰ লগতে বন্দুক-বাৰুদ যোগান ধৰাৰ মৌখিক প্ৰতিশ্ৰুতি অসম চৰকাৰৰ পৰা লাভ কৰাৰ কথাও সদৰি কৰে ৰংহাঙে ৷ এই পদক্ষেপক কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ এক ঐতিহাসিক পদক্ষেপ আখ্যা দিয়ে ৰংহাঙে৷ ইয়াৰোপৰি তাৰালাংচৰ সাংস্কৃতিক প্ৰকল্পত বিভিন্ন উন্নয়নমূলক কামৰ ঠিকাদাৰৰ বিল পাবৰ বাবে চেছনত ছাপলিমেণ্ট্ৰি বিধেয়ক দাবী উত্থাপন কৰা হৈছে৷

আনহাতে কাৰবি আংলঙৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা সদ্য প্ৰয়াত বৰচিম ৰংপি, যোগেন্দ্ৰ সিং আৰু প্ৰাণ কুমাৰ দত্তৰ বিদেহি আত্মাৰ সদগতি বিচাৰি শোকবাৰ্তা প্ৰেৰণ কৰে৷

Tags: KAACSessionKAACৰবাজেটঅধিৱেশন
Share4Tweet3Send

Related Posts

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
ADVERTISEMENT
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

Assam Times Post is an Online Assamese and English News Portal from Assam.

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx