ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘কা’ বাতিলৰ দাবীত লতাশিলত নাগৰিক সমাজৰ ধৰ্মঘট

ASSAM TIMES POST by ASSAM TIMES POST
December 23, 2019
Reading Time: 1 min read
A A
0
‘কা’ বাতিলৰ দাবীত লতাশিলত নাগৰিক সমাজৰ ধৰ্মঘট

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদক

নাগৰিকত্ব আইন (সংশোধনী) চমুকৈ ‘কা’ বাতিলৰ দাবীত সোমবাৰে প্রতিবাদত বহে মহানগৰীৰ নাগৰিক সমাজ। উল্লেখ্য যে সোমবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টাকৈ জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত সমগ্ৰ ৰাজ্যজুৰি নাগৰিক সমাজৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান জনাইছিল৷ ইয়াৰে অংশ হিচাপে গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত ৰূপায়ণ কৰা হয় এই ধৰ্মঘট কাৰ্যসূচী।পুৱা ১১বজাৰ পৰা গ্ৰহণ কৰা নাগৰিকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে মহানগৰীৰ নাগৰিক সমাজ। মহানগৰখনৰ প্ৰায় পাঁচ শতাধিক নাগৰিকে অংশগ্ৰহণ কৰা কাৰ্যসূচীত উপস্থিত থাকি শিক্ষাবিদ তথা সক্ৰিয় ৰাজহুৱা কৰ্মী দেবেন দত্তই কয়, “প্ৰতাৰক আৰু মিছলীয়া ৰাজনীতিকৰ পৰিচয় আজি স্পষ্ট হৈছে। দেশদ্রোহী ৰাজনৈতিক নেতাসকলে দেশৰ প্ৰজাসকলক গচকি-খচকি মাৰিবৰ কাৰণে লগতে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে ‘কা’ৰ দৰে আইনক সমৰ্থন কৰিছে। তেওঁলোকে নিজৰ মানুহখিনিৰ আস্থা হেৰুওৱাৰ উপক্ৰম ঘটাত বেলেগ দেশৰ মানুহ আনি তেওঁলোকৰ ভোটৰ জৰিয়তে দেশ শাসন কৰিব বিচাৰিছে৷”

আনহাতে, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ শেহতীয়া কেবিনেটে দিয়া বিভিন্ন প্ৰতিশ্ৰুতি সম্পৰ্কত দত্তই কয়, “৫৯ বছৰৰ পূৰ্বে অসমৰ চৰকাৰী ভাষা অসমীয়া বুলি স্বীকৃতি দি থোৱা আছে। পুনৰ তেওঁলোকে নতুনকৈ স্বীকৃতি দিব বিচৰাটো কেনে এক অদ্ভূত কথা৷” অসমীয়া মানুহক চৰকাৰে বুৰ্বক বুলি ভাবিছে নেকি বুলি উল্লেখ কৰি তেওঁ কয় যে স্বয়ং চৰকাৰেই অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে ব্যৱহাৰ কৰা নাই।

CAA 3 | ASSAM TIMES POST

আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ধৰ্মঘটস্থলীত উপস্থিত থাকি কয়, “অসম আন্দোলনৰ সময়ত চৰকাৰে গ্ৰহণ কৰা বিজ্ঞাপন-সংস্কৃতি এতিয়া লৈছে বিজেপি চৰকাৰে। ইয়াৰ অংশ হিচাপে কেইদিনমান পূৰ্বে ২০গৰাকী উপাচাৰ্য আৰু আজি ১৬গৰাকী বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে চৰকাৰৰ হৈ নিজৰ স্বাক্ষৰ প্ৰকাশ কৰি দীঘলীয়া আন্দোলনত ৰহস্য থকা বুলি কৈছে। কিন্তু সেই ব্যক্তিসকলৰ উদ্দেশ্য আৰু মনোভাবতহে ৰহস্য লুকাই আছে। সেইসকলক বাদ দি নাগৰিকসকল হ’ব আমাৰ অভিভাৱক৷”

ধৰ্মঘটত অংশগ্ৰহণকাৰী নাগৰিকসকলক উদ্দেশ্যি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে কয়, “সংগ্ৰাম দীঘলীয়া হ’ব। তাৰবাবে নাগৰিক সমাজে আমাৰ অভিভাৱকৰ দায়িত্ব পালন কৰিব লাগিব। কিন্তু এচাম ৰং সলোৱা অৰ্থাৎ বঁটা-বাহনৰ আশাত চৰকাৰী ৰং লগোৱা মানুহে বাতৰিকাকতত বিজ্ঞাপন প্ৰকাশ কৰি সংগ্রাম সমাপ্ত কৰিবলৈ কৈছে। সময়ে সময়ে ৰং সলাই থকা তেনে লোকসকলৰ কথা শুনাত নাই৷ এই সংগ্রাম চলি থাকিব লাগিব আৰু চৰকাৰক ঐক্যবদ্ধ হৈ ওফৰাব লাগিব। এয়াই আমাৰ প্ৰধান লক্ষ্য৷”

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx