ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi birth anniversary I জন্মদিনত দেশবাসীলৈ কেইবাটাও উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, উদ্বোধন যশোভূমি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 17, 2023
Reading Time: 1 min read
A A
0
PM Modi birth anniversary I জন্মদিনত দেশবাসীলৈ কেইবাটাও উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, উদ্বোধন যশোভূমি

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

আজি ১৭ ছেপ্টেম্বৰত ৭৪ বছৰত ভৰি দিলে প্ৰধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) । এই উপলক্ষে তেওঁ কেইবাটাও প্ৰকল্প দেশবাসীৰ নামত উছৰ্গা কৰে। দেওবাৰে নতুন দিল্লীৰ দ্বাৰকাত এছিয়াৰ সৰ্ববৃহৎ ‘যশোভূমি’ (Yashobhoomi) আন্তর্জাতিক সন্মিলন আৰু এক্সপো চেণ্টাৰৰ প্রথম পৰ্যায়ৰ তেওঁ উদ্বোধন কৰে। যশোভূমি প্রকল্পটি প্রায় ৫,৪০০ কোটি টাকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ৮.৯ লক্ষ বর্গমিটাৰ এলেকাজুৰি আন্তর্জাতিক মানদণ্ডৰ এই কনফাৰেন্স চেণ্টাৰত আছে ১৫ টা সন্মিলন কক্ষ, এটি গ্ৰেণ্ড বলৰুম আৰু ১৩ টা সভাকক্ষ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
জন্মদিনত দেশবাসীলৈ কেইবাটাও উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ:

১১ হাজাৰ লোক একেলগে বহাৰ সুবিধা আছে আন্তর্জাতিক মানদণ্ডৰ এই কনফাৰেন্স চেণ্টাৰত। কেৱল ‘যশোভূমি’ৰ উদ্বোধনে নহয়, দিল্লী বিমানবন্দৰ মেট্রো এক্সপ্রেছ লাইনৰ সম্প্রসাৰণৰো শুভ আৰম্ভণি হয় প্রধানমন্ত্রীৰ হাতেৰে। আনুষ্ঠানিকভাবে ১৩ হাজাৰ কোটি ‘প্রধানমন্ত্রী বিশ্বকর্মা কৌশল যোজনা’ও আৰম্ভ হয় আজি। শিল্পী, কাৰিকৰ, ক্ষুদ্ৰ ব্যৱসায়ীসকলক আর্থিক সাহায্য প্ৰদান কৰা হ’ব এই প্রকল্পৰ জৰিয়তে। উল্লেখযোগ্য যে অহা বছৰ লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই প্ৰকল্পবোৰ হাতত লোৱা বুলি অনুমান কৰিব পাৰি।

#WATCH | Delhi: Prime Minister Narendra Modi reaches India International Convention and Expo Centre (IICC), called ‘YashoBhoomi’, at Dwarka. pic.twitter.com/WgkVpWlcED

— ANI (@ANI) September 17, 2023

VIDEO | PM Modi inaugurates the India International Convention and Expo Centre (IICC) – 'Yashobhoomi' – in Delhi's Dwarka. pic.twitter.com/xEYoMDMn91

— Press Trust of India (@PTI_News) September 17, 2023

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

জানিব পৰা মতে, দিল্লীৰ দ্বাৰকাত এই ‘যশোভূমি’ নামৰ ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচন এণ্ড এক্সপো চেণ্টাৰ (IICC) ৮.৯ লাখ বর্গমিটাৰৰো অধিক প্রকল্প এলেকা আৰু ১.৮ লাখ বর্গমিটাৰৰো অধিক এটি নিৰ্মাণ এলেকাজুৰি বিস্তৃত এই কেন্দ্রটো সৰ্ববৃহৎ MICE (মিটিং, ইনচেনটিভ, কনভেনচন এণ্ড এক্সপো) সুবিধাবোৰৰ মাজৰ এটি হ’ব।

ইয়াত ১৫ টা সন্মিলন কেন্দ্র আৰু ১১ হাজাৰ লোকৰ বহাৰ ব্যৱস্থা আছে। যশোভূমি হ’ব বিশ্বৰ সৰ্ববৃহৎ প্রদর্শনী হলবোৰৰ ভিতৰত এটি। ১.০৭ লক্ষ বর্গমিটাৰৰো অধিক এলেকাজুৰি নির্মিত এই কনফাৰেন্স চেণ্টাৰ প্রদর্শনী, বাণিজ্য মেলা আৰু ব্যৱসায়িক ইভেণ্ট আয়োজনত ব্যৱহৃত হ’ব।

অডিটৰিয়ামটোৰ মাজত কাঠেৰে তৈয়াৰ কৰা আৰু দেৱালত আছে বিশেষ কাৰুকার্য। যশোভূমিৰ আৰু বিশেষত্ব হৈছে, এই চেণ্টাৰৰ ছাদৰ ওপৰত থকা সৌৰ পেনেলত বৰষুণৰ পানী ধৰি ৰখাৰ ব্যৱস্থা আছে। ইতিমধ্যে এই চৌহদে CII-ৰ গ্রিন চিটিৰ প্ল্যাটিনাম চার্টিফিকেট লাভ কৰিছে।

Tags: উদ্বোধন যশোভূমিউপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰজন্মদিনত দেশবাসীলৈ কেইবাটাও
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

August 10, 2026
50
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx