ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত ডিফুত অনুষ্ঠিত হোৱাৰ কাৰ্বি যুৱমহোৎসৱৰ আদৰণি সমিতিৰ প্ৰাক্তন কৰ্ম কৰ্তা সকলক সম্বৰ্দ্ধনা

ষ্টাফ ৰিপৰ্টাৰ, ডিফু

Staff Reporter by Staff Reporter
September 9, 2023
Reading Time: 1 min read
A A
0
কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত ডিফুত অনুষ্ঠিত হোৱাৰ কাৰ্বি যুৱমহোৎসৱৰ আদৰণি সমিতিৰ প্ৰাক্তন কৰ্ম কৰ্তা সকলক সম্বৰ্দ্ধনা

RELATED POSTS

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

কাৰ্বি সাংস্কৃতিক সমাজ ( কাৰ্বি কালছাৰেল চচাইটি) (Karbi Cultural Society) ৰ উদ্যোগত আজি ডিফু ৰংনিহাঙৰ কাৰ্বি ক্লাৱৰ প্ৰাংগণত দিন জোৰা কাৰ্যসূচীৰে ডিফুত প্ৰথম 1974 , দ্বিতীয় 1975 , তৃতীয় 1976 , দশম 1984 আৰু এয়োদশ 1987 চনত অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱৰ আয়োজক আদৰণি সমিতিৰ কৰ্ম কৰ্তা সকলক কাৰ্বি প’হ আৰু প্ৰশস্তি পত্রৰে সম্বৰ্দ্ধনা জনোৱা হয়।

কাৰ্বি যুৱমহোৎসৱ
কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত ডিফুত অনুষ্ঠিত কাৰ্বি যুৱমহোৎসৱ:

এই উপলক্ষে কাৰ্বি সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰছিং ক্রয়ে আত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লোৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে স্বকীয় ভাষা, ক’লা কৃষ্টি, সাজপাৰে জাতিটোৰ পৰিচয়।

IMG 20230909 WA0054 | ASSAM TIMES POST

IMG 20230909 WA0052 | ASSAM TIMES POSTপ্ৰথম কাৰ্বি যুৱ মহোৎসৱৰ অনুষ্ঠান ডিফুৰ কাৰ্বি ক্লাৱত 1974 চনত আৰম্ভ হৈছিল। এই দিনটো জিলাখনত উল্লেখনীয় দিন বুলি উল্লেখ কৰি মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেলেন্ডাৰত কাৰ্বি যুৱ মহোৎসৱৰ আৰম্ভৰ প্ৰথম দিনটো বন্ধৰ দিন হিচাপে বিবেচনা কৰা হব বুলি তেওঁ মন্তব্য কৰে। ডিফুত পাঁচ বাৰ কাৰ্বি যুৱ মহোৎসৱৰ আয়োজক সমিতিৰ কৰ্মকৰ্তা সকলক আমন্ত্ৰিত অতিথিৰ দ্বাৰা সম্বৰ্দ্ধনা জনোৱা উপৰি অভিনন্দন জ্ঞাপন কৰে।

কাৰ্বি সাংস্কৃতিক সমাজৰ সোণ্লী জয়ন্তী উৎযাপনৰ বৰ্ষৰ লগত সংগতি ৰাখি কাৰ্বি যুৱ মহোৎসৱৰ আয়োজক সমিতিৰ কৰ্মকৰ্তা সকলক সম্বৰ্দ্ধনা জনোৱা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্র’য়ে সভাত ভাষণত উল্লেখ কৰে।
অনুষ্ঠানত কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ, কাৰ্বি লামমেত আমেইৰ সম্পাদক জয়ছিং তকবি, লোক সংস্কৃতি গৱেষক লুনছে তিমুঙেও চমু ভাষণ আগবঢ়ায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আদৰণি সমিতিৰ প্ৰাক্তন কৰ্ম কৰ্তা সকলক সম্বৰ্দ্ধনাকাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগতডিফুত অনুষ্ঠিত হোৱাৰ কাৰ্বি যুৱমহোৎসৱৰ
Share6Tweet4Send

Related Posts

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
58
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

by News Desk
August 16, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

by News Desk
August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

by News Desk
August 13, 2026
53
ADVERTISEMENT
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d