ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘কা’ৰ বিৰুদ্ধে সমৰ্থন অব্যাহত ৰাখিব আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচিয়ে

ASSAM TIMES POST by ASSAM TIMES POST
December 17, 2019
Reading Time: 1 min read
A A
0
‘কা’ৰ বিৰুদ্ধে সমৰ্থন অব্যাহত ৰাখিব আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচিয়ে

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

আইএমডিটি আইনৰ বিৰুদ্ধে ন্যায়ালয়ত গোছৰ তৰা

সৰ্বানন্দ সোণোৱালে ‘কা’ৰ সমৰ্থন কৰাটো হাস্যকৰ — জে আই কাথাৰ

ডিফু : এসময়ত অবৈধ বাংলাদেশীৰ পৃষ্ঠ পোষকতা কৰা আইএমডি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোছৰ তৰি জাতীয় নায়ক হোৱা তদানীন্তন ছাত্ৰনেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জাতিধ্বংসী আইন  ‘কা’ ৰ সমৰ্থনত হাত উজান দিয়াটো হাস্যকৰ বুলি কৈছে কাৰবি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এপিএইছ এলচিৰ সভাপতি অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰে ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/12/WhatsApp-Video-2019-12-17-at-5.24.16-PM.mp4

আজি ডিফু স্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা উল্লেখ দলটোৰ সভাপতি অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰে ৷ বিজেপি হাই কামাণ্ডৰ নিৰ্দেশনা মানিয়েই বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মাত মাতিব পৰা নাই মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়ক সকলে ৷ এনআৰচি কৰ্তৃপক্ষই জিলাখনৰ পৰা ২, লাখ ৬০ হাজাৰ বাংলাদেশীৰ নাম বাদ পৰিছে বুলি কৰ্তৃপক্ষই সদৰি কৰাৰ পিছতো খাছী সকলে কাৰবি আংলঙৰ ভূমি দখল কৰাৰ সময়ত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰবি আংলঙৰ এক ইঞ্চি মাটিও দিয়া নহব বুলি কৈ কিহৰ বাবে ২, লাখ ৬০ হাজাৰ বাংলাদেশীক ভূমি আৰু ৰাজহ বিভাগৰ জৰিয়তে কিয় উচ্ছেদ কৰিব পৰা নাই বুলি প্ৰশ্ন কৰে জে আই কাথাৰে ৷

অৱশ্যে এনআৰচিৰ পৰা নিৰক্ষৰ আৰু দৰিদ্ৰতা আৰু অজ্ঞতাৰ বাবে বাদ পৰা জিলাখনৰ জনজাতি সকলক বিনাচৰ্তে এনআৰচিত নাম অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনায় নেতাজনে ৷ নতুন আইন খনৰ জৰিয়তে পশ্চিম কাৰবি আংলং আৰু কাৰবি আংলঙত এনআৰচিৰ পৰা বাদ পৰা হিন্দু বাংলাদেশী সকলক আইনৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰি জিলা দুখন বংগ ভূমি বনাবলৈ বাংলাদেশী সকলক উৎসাহিত কৰিব ৷

এপিএইছএলচিয়ে সেয়ে অসমত চলি থকা ‘কা’ বিৰোধী আন্দোলনত পূৰ্ণ সমৰ্থন অব্যাহত ৰাখিব বুলি জনায় কাথাৰে ৷ ইয়াৰোপৰি কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিজস্ব ক্ষমতাৰ আওতাত থকা শিক্ষা বিভাগৰ টেট অনুষ্ঠিত কৰাৰ পূৰ্ণ ক্ষমতা লগতে টেট সম্বন্ধীয় বিজ্ঞাপনৰ অধিকাৰো কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ হাততে থাকিব লাগে বুলি দাবী কৰে এপিএইছএলচিৰ সভাপতি গৰাকীয়ে ৷

Tags: featured3
Share4Tweet3Send

Related Posts

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

by Staff Reporter
July 18, 2026
50
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike
National-International

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

by Staff Reporter
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

by News Desk
July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

by Staff Reporter
July 17, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike
National-International

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

July 18, 2026
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx