ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ISRO lunar mission 3 I আপোনাৰ নাম সমনাথ, আপুনিতো সফল হ’বই, ইছৰোৰ অধ্যক্ষক ফোন প্ৰধানমন্ত্ৰীৰ

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
August 23, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

ভাৰতৰ ঐতিহাসিক ক্ষণত দেশৰ বাহিৰত আছে প্ৰধানমন্ত্ৰী। কিন্তু দক্ষিণ আফ্রিকাৰ পৰায়ে ইছৰোৰ এই ঐতিহাসিক সফলতা পোনপটীয়াকৈ প্রত্যক্ষ কৰে তেওঁ। ১৫ সংখ্যক ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জোহান্সবার্গত আছে প্রধানমন্ত্রী। তাৰ পৰাই লাইভ স্ট্রিমিঙৰ মাধ্যমেৰে এই মুহূর্ত চায় তেওঁ। আনহাতে, ISRO-ৰ সাফল্যক লৈ তেওঁ মন্তব্য কৰে যে এয়া উন্নত ভাৰতৰ মুহূর্ত।

ইছৰোৰ অধ্যক্ষক ফোন প্ৰধানমন্ত্ৰীৰ
ইছৰোৰ অধ্যক্ষক ফোন প্ৰধানমন্ত্ৰীৰ:

ইফালে চন্দ্রযানৰ সফল অৱতৰণৰ পিছতেই ইছৰো প্রধান এছ সোমনাথক দক্ষিণ আফ্রিকাৰ পৰা ফোন কৰে মোদীয়ে। তেওঁ উচ্ছ্বসিতভাবে কয়, “আপোনাৰ মতামত নাম সোমনাথ। আপোনাৰ নামটোৱেই চন্দ্ৰৰ সৈতে জড়িত। আপুনিতো সফল হ’বই। এই যাত্ৰাত জড়িত আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ। আপোনালোকৰ পৰিয়ালৰ প্রত্যেককে অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। এক ইতিহাস সৃষ্টি কৰিলে আপোনালোকে।”

Tags: আপুনিতো সফল হ'বইআপোনাৰ নাম সমনাথইছৰোৰ অধ্যক্ষক ফোন প্ৰধানমন্ত্ৰীৰ
Share4Tweet3Send

Related Posts

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য
National-International

by News Desk
May 30, 2026
50
Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা
National-International

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

by News Desk
May 30, 2026
50
Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ
National-International

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

by News Desk
May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

by Staff Reporter
May 30, 2026
50
ADVERTISEMENT
Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য
National-International

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

May 30, 2026
50
Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা
National-International

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

May 30, 2026
50
Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ
National-International

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

May 30, 2026
Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

May 30, 2026
Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT