ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Message to the nation on Independence Day I ‘ভাৰত মাতা প্ৰতিজন ভাৰতীয়ৰ কণ্ঠ’, স্বাধীনতা দিৱসত ৰাহুল গান্ধীৰ বাৰ্তা

নিউজ ডেস্কঃ

News Desk by News Desk
August 15, 2023
Reading Time: 1 min read
A A
0
Message to the nation on Independence Day I ‘ভাৰত মাতা প্ৰতিজন ভাৰতীয়ৰ কণ্ঠ’, স্বাধীনতা দিৱসত ৰাহুল গান্ধীৰ বাৰ্তা

RELATED POSTS

Delhi protest : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা অধিবক্তাক মুকলি

Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ

First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

‘ভাৰত মাতা প্ৰতিজন ভাৰতীয়ৰ কণ্ঠ।’ কংগ্ৰেছ নেতা, সাংসদ ৰাহুল গান্ধী (MP Rahul Gandhi)য়ে স্বাধীনতা দিৱসত দেশবাসীক এই বাৰ্তা প্ৰদান (Message to the nation on Independence Day) কৰে। দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত লালকিল্লাত দেশবাসীক সম্বোধন কৰে। আনহাতে, বিভিন্ন নেতাসকলে ছচিয়েল মিডিয়াত নিজৰ নিজৰ বাৰ্তা দিয়ে।

'ভাৰত মাতা প্ৰতিজন ভাৰতীয়ৰ কণ্ঠ',
‘ভাৰত মাতা প্ৰতিজন ভাৰতীয়ৰ কণ্ঠ’, স্বাধীনতা দিৱসত ৰাহুল গান্ধীৰ বাৰ্তা

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ছচিয়েল মিডিয়াত দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি লিখিছে, ‘ভাৰত মাতা প্ৰতিজন ভাৰতীয়ৰ কণ্ঠ।’ তেওঁৰ বাৰ্তাত তেওঁ ভাৰত জোৰো যাত্ৰাৰ বিষয়টোৰ কথা উল্লেখ কৰে। ৰাহুলে লিখিছে, “যোৱা বছৰ মই ১৪৫ দিন উক্ত ঠাইবোৰত ঘূৰিছিলো যিবোৰ মোৰ ঘৰ। যাত্ৰা আৰম্ভ হ’ল সাগৰৰ পাৰৰ পৰা। গৰম, ধূলি, ৰʼদ, বৰষুণ, হাবি, চহৰ, পাহাৰ পাৰ হৈ বৰফেৰে আবৃত কাশ্মীৰ পালোঁগৈ৷” তেওঁ নিজৰ শাৰীৰিক অসুস্থতা, যন্ত্ৰণা অতিক্ৰম কৰি আগবাঢ়ি যোৱাৰ বিষয়েও লিখে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ahulGandhiৰাহুলগান্ধী
Share4Tweet3Send

Related Posts

Delhi protest : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা অধিবক্তাক মুকলি
National-International

by News Desk
October 10, 2026
50
Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ
National-International

Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ

by News Desk
October 10, 2026
50
First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত
National-International

First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত

by News Desk
October 10, 2026
50
Dhruv Rathee arrested : ইউটিউবাৰ ধ্ৰুৱ ৰাথীক গ্ৰেপ্তাৰ, যন্তৰ-মন্তৰলৈ যোৱাৰ পূৰ্বে গুৰুগ্ৰামৰ ঘৰত উত্তেজনা

CJP protest : এখন বিমানতে চিজেপিৰ ত্ৰিমূৰ্তিক গ্ৰেপ্তাৰ, তিনি ভিন্ন স্থানলৈ প্ৰেৰণ

Nobel peace prize 2026 : নোবেল শান্তি বঁটাবিজয়ী নৱী পিল্লাইক আক্ৰমণৰ লক্ষ্য নেতানিয়াহুৰ, নোবেল কমিটীৰ নৈতিকতাক লৈ প্ৰশ্ন

ADVERTISEMENT
Delhi protest : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা অধিবক্তাক মুকলি
National-International

Delhi protest : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা অধিবক্তাক মুকলি

October 10, 2026
50
Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ
National-International

Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ

October 10, 2026
50
First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত
National-International

First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত

October 10, 2026
50
Dhruv Rathee arrested : ইউটিউবাৰ ধ্ৰুৱ ৰাথীক গ্ৰেপ্তাৰ, যন্তৰ-মন্তৰলৈ যোৱাৰ পূৰ্বে গুৰুগ্ৰামৰ ঘৰত উত্তেজনা
National-International

Dhruv Rathee arrested : ইউটিউবাৰ ধ্ৰুৱ ৰাথীক গ্ৰেপ্তাৰ, যন্তৰ-মন্তৰলৈ যোৱাৰ পূৰ্বে গুৰুগ্ৰামৰ ঘৰত উত্তেজনা

October 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা অধিবক্তাক মুকলি

Delhi protest : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপত দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা অধিবক্তাক মুকলি

October 10, 2026
Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ

Elon Musk : ৰিলায়েন্সে বিজেপিৰ প্ৰচাৰত সমৰ্থন কৰিছে, দাবী ইলন মাস্কৰ

October 10, 2026
First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত

First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত

October 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d