ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Drugs Seized I লাহৰীজানত বাহনসহ চাৰি কোটি টকাৰ ড্ৰাগছ জব্দ, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু :

News Desk by News Desk
July 22, 2023
Reading Time: 1 min read
A A
0
Drugs Seized I লাহৰীজানত বাহনসহ চাৰি কোটি টকাৰ ড্ৰাগছ জব্দ, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত আৰক্ষী (Lahorijan Police)য়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ (Two traffickers arrested with intoxicants) কৰাৰ লগতে এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়।

লাহৰীজানত  ড্ৰাগছ জব্দ
লাহৰীজানত বাহনসহ চাৰি কোটি টকাৰ ড্ৰাগছ জব্দ:

প্ৰাপ্ত তথ্য অনুসৰি, অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজান টহলদাৰী চকীৰ সন্মুখৰ নিয়মীয়া তালাচীত বিয়লি প্ৰায় ৩.৩০ বজাত ডিলাই থানা আৰু লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া বাহিনীয়ে ইম্ফলৰ পৰা আহি থকা এম এইচ-০২-চিপি-০৯৪২ নম্বৰৰ চুইফট ডিজায়াৰ বাহনখনত তালাচী চলায়। আৰক্ষীৰ ʼনাৰ্কʼটিক ডগʼ (Police’s Narcotic Dog) ʼয়ীলʼ (বকো)ৰ সহযোগত চলোৱা উক্ত অভিযানত আৰক্ষীয়ে দুটা পেকেটত এক কিঃগ্ৰাঃ মৰফিন, ৩২টা চেমপ্লেক্স টেবলেট, নগদ ৪৩,৫০০ টকা জব্দ ( One kg of morphine, 32 champlex tablets, Rs 43,500 cash seized in two packets) কৰিবলৈ সক্ষম হয়। জব্দ হোৱা নিচাযুক্ত সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় চাৰি কোটি টকা।

drugp | ASSAM TIMES POST

এই সন্দৰ্ভত আৰক্ষীয়ে ইম্ফলৰ মায়ং নিবাসী চেচাম হেফাজুদ্দিন (২৮) আৰু মধ্যপ্ৰদেশৰ নাছিৰ হুছেইন (৪২) নামৰ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। জব্দ হোৱা সামগ্ৰীখিনি মধ্যপ্ৰদেশলৈ সৰবৰাহ কৰি নিয়া হৈছিল বুলি ধাৰণা কৰা হৈছে।

Tags: Drugsseizedড্ৰাগছজব্দ
Share4Tweet3Send

Related Posts

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

May 4, 2026
50
Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

May 4, 2026
50
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ
Assam

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

May 4, 2026
50
Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল
Assam

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

May 4, 2026
Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

May 4, 2026
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx