ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Protest against Manipur accident I মণিপুৰ কুকি মহিলাৰ নগ্ন ঘটনা : ডিফুত এপিএইছএলচিৰ তিনিঘণ্টীয়া ধৰ্ণা

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
July 22, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST
প্ৰায় তিনিমাহ ধৰি অশান্ত জৰ্জৰ মণিপুৰত শেহতীয়াকৈ দুইগৰাকীকৈ কুকি মহিলাক  অতি অমানৱীয় আৰু পাশৱিকভাবে নগ্ন অৱস্থাত (Kuki woman naked in Manipur) সমদল কৰি লৈ যোৱা কাৰ্যকলৈ সমগ্ৰ বিশ্বজুৰি তোলপাৰ হৈ থকাৰ সময়তে আজি পুৱাৰ ভাগত ডিফুত  কাৰবি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচি দলে (APHLC Implementation of dharna programme) এক বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ এপিএইছএলচিৰ সভাপতি জে আই কাথাৰৰ নেতৃত্বত প্ৰায় পাঁচ শতাধিক কাৰবি আৰু কুকি সমৰ্থকে ডিফুৰ ছেমছনচিং টেৰণ মেম’ৰিয়েল পাৰ্কত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড, বেনাৰ আদিলৈ WE WANT TO SAFE, NOT TO BE RAPED, WE CONDEMN RAPED MURDER OF KUKI WOMEN IN MONIPUR, DON’T PUT INDIA IN SHAMEFUL GLARE AMONG NATION, WHY PM MODI MARE SPECTOR FOR  TWO MONTHS আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

মণিপুৰ কুকি মহিলাৰ নগ্ন ঘটনা
মণিপুৰ কুকি মহিলাৰ নগ্ন ঘটনা : ডিফুত এপিএইছএলচিৰ তিনিঘণ্টীয়া ধৰ্ণা:

সংবাদ মাধ্যমৰ সৈতে এপিএইছএলচি সভাপতি  জে আই কাথাৰে কয় যে,  মণিপুৰত শেহতীয়ীকৈ দুই কুকি মহিলাক নগ্ন কৰি এদল পাশৱিক মানসিকতাৰ লোকে সমদল কৰাই নিয়া কাৰ্যই সমগ্ৰ বিশ্বৰ ওচৰত ভাৰতক লজ্জানত কৰিছে ৷ এই কাৰ্য তীব্ৰ গৰিহণাৰ যোগ্য ৷ মণিপুৰত চলি থকা অৰাজকতাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  নেদেখা কুলিৰ ভাও জুৰি দুমাহ ধৰি মৌন হৈ থকাটো গ্ৰহণযোগ্য নহয় ৷

RELATED POSTS

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

CM karbi Anglong visit : কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

Narcotics Seized I খটখটীত নিষিদ্ধ কানিসহ দুজনক আটক

ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা মণিপুৰক শান্ত কৰাৰ বাবে মণিপুৰলৈ গৈছিল যদিও তেওঁলোক মণিপুৰৰ পৰা ঘূৰি অহাৰ পিছত মণিপুৰত অধিক হিংসা হবলৈ ধৰিছে ৷ মণিপুৰত ইণ্ডিয়ান মংগোলীয়ান সকলৰ মাজত সংঘাত সৃষ্টি কৰি  মংগোলীয়ান সকলক নিশেষ কৰাৰ বাবে কোনোবাই বা আৰ এছএছ আৰু বংগ সেনাই ষড়যন্ত্ৰ কৰিছে বুলি এপিএইছএলছি দলে ভাবে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে জে আই কাথাৰে৷ 

Protestp1 1 | ASSAM TIMES POST

মণিপুৰৰ মুখ্যমন্ত্ৰী সমগ্ৰ ঘটনা দুমাহ ধৰি প্ৰত্যক্ষ কৰিও মৌন হৈ থকাটো ৰহস্যজনক বুলি কয় কাথাৰে ৷মণিপুৰত হিংসাত নিহত, আহত পৰিয়াল, সম্পত্তি নষ্ট, গীৰ্জা স্কুল আদিৰ ক্ষতিপূৰণৰ বাবে আৰু পুণৰ সংস্থাপনৰ বাবে যথেষ্ট পূঁজী আৱণ্টন দিবলৈও চৰকাক দাবী জনায় জেআই কাথাৰে৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: APHLCDharnaAPHLCProtestএপিএইছএলচিধৰ্ণা
Share6Tweet4Send

Related Posts

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২
KARBI ANGLONG

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

by News Desk
January 13, 2026
58
CM karbi Anglong visit : কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ
KARBI ANGLONG

CM karbi Anglong visit : কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

by ASSAM TIMES POST
January 12, 2026
55
Narcotics Seized I খটখটীত নিষিদ্ধ কানিসহ দুজনক আটক
KARBI ANGLONG

Narcotics Seized I খটখটীত নিষিদ্ধ কানিসহ দুজনক আটক

by Staff Reporter
January 2, 2026
59
ৰাজ্যত পুনৰ ডাইনী সন্দেহত দম্পত্তিক হত্যা, কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ১নং বেলোগুৰি মুণ্ডা গাঁৱত দুৰ্বৃত্তৰ জঘন্য কাণ্ড
KARBI ANGLONG

Shocking Tragedy in Howraghat: Couple Brutally Murdered Over Witchcraft Allegations

by ASSAM TIMES POST
December 31, 2025
57
ৰাজ্যত পুনৰ ডাইনী সন্দেহত দম্পত্তিক হত্যা, কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ১নং বেলোগুৰি মুণ্ডা গাঁৱত দুৰ্বৃত্তৰ জঘন্য কাণ্ড
KARBI ANGLONG

ৰাজ্যত পুনৰ ডাইনী সন্দেহত দম্পত্তিক হত্যা, কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ১নং বেলোগুৰি মুণ্ডা গাঁৱত দুৰ্বৃত্তৰ জঘন্য কাণ্ড

by Staff Reporter
December 31, 2025
66
West Karbi Anglong Violence : খেৰণিত উপস্থিত বিৰোধী ঐক্যমঞ্চৰ প্ৰতিনিধি দল
KARBI ANGLONG

West Karbi Anglong Violence : খেৰণিত উপস্থিত বিৰোধী ঐক্যমঞ্চৰ প্ৰতিনিধি দল

by ASSAM TIMES POST
December 30, 2025
65
ADVERTISEMENT
Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ
National-International

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

January 13, 2026
52
Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২
KARBI ANGLONG

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

January 13, 2026
58
Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি
National-International

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

January 13, 2026
52
Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান
National-International

Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান

January 13, 2026
56
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

January 13, 2026
Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

January 13, 2026
Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

January 13, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13893) BREAKING NEWS (6491) Business (34) crime (25) cultural (5) Digital Transformation (3) Dima Hasao (1) DIPHU (4) Economy (99) Editorial (17) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3537) Lifestyle (24) literature (16) Music (1) National-International (11293) NORTHEAST (890) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (500) Stories (16) Tech (14) Technology (2) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d