ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Nagaland Govt. bans single use of plastic I নাগালেণ্ডত সম্পূৰ্ণ নিষিদ্ধ প্লাষ্টিক, ঘৰত ৰাখিলেও ভৰিব লাগিব জৰিমনা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 16, 2023
Reading Time: 1 min read
A A
0
Nagaland Govt. bans single use of plastic I নাগালেণ্ডত সম্পূৰ্ণ নিষিদ্ধ প্লাষ্টিক, ঘৰত ৰাখিলেও ভৰিব লাগিব জৰিমনা

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

নাগালেণ্ডত সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ল প্লাষ্টিকৰ ব্যৱহাৰ (Nagaland Govt. bans single use of plastic) । ৰাজ্যখনত বলৱৎ কৰা হৈছে ১৯৮৬ চনৰ পৰিবেশ সুৰক্ষা আইন। কেন্দ্রীয় পৰিবেশ মন্ত্ৰালয় আৰু ৰাজ্যৰ নগৰ উন্নয়ন বিভাগৰ উদ্যোগত প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰি বিবৃতি জাৰি কৰিছে নাগালেণ্ড চৰকাৰে। ৰাজ্যখনক সম্পূৰ্ণ প্লাষ্টিকমুক্ত কৰিবলৈ উদ্যোগী হৈছে নাগালেণ্ড চৰকাৰ। তাৰ কাৰণেই প্লাষ্টিকৰ ব্যৱহাৰ সম্পূর্ণ নিষিদ্ধ কৰা হৈছে।

Plastic Ban
Nagaland Govt. bans single use of plastic:

শনিবাৰে নাগালেণ্ডৰ নগৰ উন্নয়ন বিভাগৰ বিবৃতিত জনাইছে, ৰাজ্যখনত যিকোনো ধৰণৰ প্লাষ্টিকৰ বেগৰ উৎপাদন, আমদানি, ক্রয়, সংৰক্ষণ বা বিক্ৰী সম্পূর্ণ নিষিদ্ধ। কেৱল প্লাষ্টিকৰ বেগেই নহয়, প্লাষ্টিকৰ পৰা উৎপাদিত তৈরি নিত্যপ্রয়োজনীয় যিকোনো দ্রব্য যেনে থাল, বাটি, গিলাচ, কাপ, লাঠি, চামুচ আদি একোৱেই নাগালেণ্ডত ব্যৱহাৰ কৰিব নোৱাৰিব।

Untitled 1 34 V jpg 442x260 4g | ASSAM TIMES POSTসকলো ক্ষেত্রতে বিকল্প উপাদান ব্যৱহৃত হ’ব।নাগালেণ্ডৰ সকলো বাসিন্দা, ব্যৱসায়িক আৰু শিক্ষা প্রতিষ্ঠান, অফিচ, দোকান, হোটেল, ৰেস্তোৰাঁ, ধর্মীয় উপাসনালয়, কেন্দ্রীয় বা ৰাজ্য চৰকাৰৰ কাৰ্যালয়ত এই নিয়ম প্ৰযোজ্য হ’ব। নির্দেশ অমান্য কৰাসকলে জৰিমনা ভৰিব লাগিব।

Tags: Nagalandঘৰত ৰাখিলেও ভৰিব লাগিব জৰিমনানাগালেণ্ডত সম্পূৰ্ণ নিষিদ্ধপ্লাষ্টিক
Share4Tweet3Send

Related Posts

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

by News Desk
June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT