অসম-নাগালেণ্ড সীমান্তৰ খটখটীত পুণৰ উদ্ধাৰ হৈছে সন্দেহযুক্ত হেৰইন (Drugs) ৷ আজি নিশা ৯ মান বজাত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু খটখটী আৰক্ষী থানাৰ অ’চি ৰমেন বৰদলৈ, কাৰেগাওঁ আৰু চাবোনৰ লাহৰিজান পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া, চিআৰপিএফ আৰু ষ্টাফৰ সহযোগত খটখটী থানা এলেকাৰ মণিপুৰী বস্তিৰ এটা ঘৰত অভিযান চলাই ২০ টা বাকচত ২৫০ গ্ৰাম ওৃজনৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে নগদ ২৫,০০০ টকা উদ্ধাৰ কৰে ৷















