ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

First Artificial Intelligence News Anchor LIZA I ভাৰতত আহি গ’ল সংবাদ মাধ্যমত কৃত্ৰিম বুদ্ধিমত্তা, ওড়িশাই লাভ কৰিলে প্ৰথম এআই নিউজ এংকৰ ‘লিজা’

নিউজ ডেস্কঃ

News Desk by News Desk
July 11, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

ভাৰতত এই বিষয়ে কিছুদিন ধৰি চৰ্চা চলি আহিছে। আনহাতে, বিদেশত ইয়াৰ ব্যৱহাৰ আৰম্ভ হৈছে। এইবাৰ ভাৰতত হ’ল তাৰ প্ৰয়োগ। ওড়িশাৰ এটা ব্যক্তিগত নিউজ চেনেল ওড়িশা টিভিয়ে (Odisha TV) দেওবাৰে মুকলি কৰে এআইৰ দ্বাৰা নিৰ্মিত ‘লিজা’ নামৰ নিউজ এংকৰ (‘Liza’, a news anchor created by AI)। কোম্পানীটোৰ এক বিবৃতিত কোৱা হৈছে যে ওড়িশাৰ হেণ্ডলুম শাৰী পিন্ধা এগৰাকী কৃত্ৰিম মহিলাই অʼটিভি নেটৱৰ্কৰ টেলিভিছন আৰু ডিজিটেল প্লেটফৰ্মৰ বাবে ওড়িয়া আৰু ইংৰাজী দুয়োটা ভাষাতে বাতৰি উপস্থাপন কৰিব।

কোম্পানীটোৰ বিবৃতি অনুসৰি, অʼটিভিয়ে ওড়িয়া টেলিভিছন সাংবাদিকতাক প্ৰথম আৰ্টিফিচিয়েল ইনটেলিজেন্স (এআই) নিউজ এংকৰ লিজাক (First Artificial Intelligence News Anchor LIZA) উপহাৰ দিছে বুলিও কয়।

নিউজ এংকৰ 'লিজা'
ভাৰতত আহি গ’ল সংবাদ মাধ্যমত কৃত্ৰিম বুদ্ধিমত্তা, ওড়িশাই লাভ কৰিলে প্ৰথম এআই নিউজ এংকৰ ‘লিজা’

যদিও লিজাই বহু ভাষাত কথা কʼব পাৰে, সম্প্ৰতি তেওঁ নেটৱৰ্কৰ টেলিভিছন আৰু ডিজিটেল প্লেটফৰ্মৰ বাবে কেৱল ওড়িয়া আৰু ইংৰাজী ভাষাতহে বাতৰি উপস্থাপন কৰিব।তেওঁলোকৰ মতে, “অনাগত দিনত লিজাক ওড়িয়াত অধিক দক্ষ কৰি তোলাৰ প্ৰচেষ্টা চলি আছে। আপুনি লিজাক ইনষ্টাগ্ৰাম, ফেচবুক আদিৰ দৰে সকলো বিশিষ্ট ছচিয়েল মিডিয়া প্লেটফৰ্মত বিচাৰি পাব আৰু অনুসৰণ কৰিব পাৰে।”

কোম্পানীটোৰ ডিজিটেল বিজনেছ হেড লিটিছা মাংগাট পাণ্ডাই কয়, “লিজাক ওডিয়াত প্ৰশিক্ষণ দিয়াটো এক জটিল কাম আছিল, যʼত আমি সফলতা লাভ কৰিব পাৰিলোঁ।”তেওঁ লগতে কয়, “অৱশ্যে আমি এতিয়াও ইয়াৰ ওপৰত কাম কৰি আছো। আমি আশা কৰিছো যে তেওঁক এনে এটা স্তৰলৈ প্ৰশিক্ষণ দিয়া হ’ব, য’ত তেওঁ আনৰ সৈতে সহজে মত বিনিময় কৰিব পাৰিব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AILizanewsOdishaTVএআইলিজা’নিউজএংকওড়িশাটিভি
Share6Tweet4Send

Related Posts

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
50
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
50
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d