ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Dengue outbreak I ডিফুত ডেংগুৰ সংহাৰীৰূপ : এগৰাকী মহিলাৰ মৃত্যু, ২২১ জন আক্ৰান্ত

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
July 6, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

ডিফু (Diphu) চহৰৰত বিগত দুমাহ ধৰি ডেংগুৰ প্ৰকোপ (Dengue outbreak) পৰিলক্ষিত হৈছে। এই ৰোগে বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ডিফু চহৰৰ লগতে ডেংগুৰ প্ৰাদুৰ্ভাৱ দাতিঁ কাষৰীয়া অঞ্চল ধনশিৰি, মানজা, লংটিন পৰ্যন্ত বিয়পিছে। ডেংগুত আক্ৰান্ত হৈ কালি এগৰাকী মহিলা ৰোগীৰ মৃত্যু (death of a female patient) হয়। ডিফু চিকিৎসা মহাবিদ্যালয়ত (Diphu Medical College) ৰহিলা টেৰণপী নামৰ মহিলাগৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু (Rahila Teranpi dies undergoing treatment) হয়।

ডিফুত ডেংগু

স্বাস্থ্য বিভাগে বৰ্তমানলৈকে ৭৯৬ গৰাকী জ্বৰত আক্ৰান্ত ৰোগীৰ পৰীক্ষা কৰাত ২২১ গৰাকীৰ দেহত ডেংগু ধৰা পৰা বুলি জানিব পৰা গৈছে। আনহাতে, ডেংগুৰ প্ৰকোপ ৰোধৰ বাবে গুৱাহাটীৰ পৰা তিনিজনীয়া এটা বিশেষজ্ঞৰ দলো ডিফুত উপস্থিত হৈ পৰিস্থতিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত ডিফু চহৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলত ডেংগুৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ এছ জে ডেকাই চিকিৎসা মহাবিদ্যালয়খনত পৰ্যাপ্ত ঔষধ পাতি উপলব্ধ আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ৰোগীসকল স্বাস্থ্য অধিক অৱনতি ঘটিলেহে চিকিৎসালয়লৈ অহাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হয়।

diphup1 | ASSAM TIMES POST

আনহাতে, ডিফু চিকিৎসা মহাবিদ্যালয়লৈ ৰোগী আহিলে বিভিন্ন পৰীক্ষা বাহিৰত কৰিবলগীয়া সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে কয় যে এই অভিযোগ তেওঁ লাভ কৰিছে আৰু কোনো লোকে যদি লিখিত অভিযোগ দিয়ে তেনেহ’লে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ৷ চিকিৎসা মহাবিদ্যালয়খনত লেব’টৰিত সকলো সুবিধা পৰ্যাপ্ত আছে বুলি উল্লেখ কৰি এই সুবিধা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায় ৷

ইপিনে ৰোগী সকলে প্ৰয়োজনীয় ঔষধ-পাতি চিকিৎসালয়খনৰখনৰ পৰা লাভ নকৰা অভিযেগ সন্দৰ্ভত কয় যে, চৰকাৰে মহাবিদ্যালয় খনলৈ পৰ্যাপ্ত ঔষধ নিয়মীয়াকৈ যোগান ধৰি আছে৷ অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়খনৰ চিকিৎসক সকসক ৰোগীক বাহিৰত ক্ৰয় কৰিবলগীয়া ঔষধ পৰাপক্ষত নিলিখিবলৈ অনুৰোধ কৰা বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuDengueডিফুডেংগু
Share6Tweet4Send

Related Posts

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
56
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
60
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
ADVERTISEMENT
‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment
Guwahati

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

October 17, 2026
50
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

October 17, 2026
50
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

October 17, 2026
57
Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান
Assam

Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান

October 17, 2026
54
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

October 17, 2026
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

October 17, 2026
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

October 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d