ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Drug peddler arrested I বোকাখাতত ড্ৰাগচৰ সৈতে সৰবৰাহকাৰী আটক

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
June 27, 2023
Reading Time: 1 min read
A A
0
Drug peddler arrested I বোকাখাতত ড্ৰাগচৰ সৈতে সৰবৰাহকাৰী আটক

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

বোকাখাতত (Bokakhat) দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগচৰ প্ৰচলন। নৱপ্ৰজন্মৰ জীৱন ধংস কৰা ড্ৰাগছৰ বিৰুদ্ধে বোকাখাত আৰক্ষীয়ে অভিযান চলাই থকাৰ পাছতো ৰোধ কৰিব পৰা নাই ড্ৰাগছ সৰবৰাহকাৰীক। বোকাখাতত এতিয়াও অব্যাহত আছে ড্ৰাগছ সৰবৰাহ। বোকাখাতত আজি AS05H 1514 নম্বৰৰ ইয়ন গাড়ীত অনা ড্ৰাগচসহ (Drugs seized) এটা ড্ৰাগছ সৰবৰাহকাৰী আটক (drug peddler arrested) হয়। যুৱকজনৰ নাম সহদেৱ দলে আৰু ঘৰ বোকাখাতৰ অগৰাতলীত বুলি জানিব পৰা গৈছে।

বোকাখাত
বোকাখাতত ড্ৰাগচৰ সৈতে সৰবৰাহকাৰী আটক:

বিশেষ সূত্ৰৰ পম খেদি বোকাখাত আৰক্ষী, বোকাখাত যানবাহন আৰক্ষীৰ সহযোগত বোকাখাতৰ নিচামুক্তি কেন্দ্ৰৰ সদস্যই খেদি খেদি আটক কৰে যুৱক জনক। যুৱকজনৰ সৈতে গাড়ীখনত গোপনে অনা প্ৰায় ৩০ গ্ৰাম ড্ৰাগচ জব্দ  কৰা হৈছে, ড্ৰাগচখিনি হেৰয়িন বুলি সন্দেহ কৰা হৈছে। দ্ৰাগচখিনিৰ মূল্য এতিয়াও নিৰ্দ্ধাৰণ হোৱা নাই বুলি আৰক্ষীয়ে জনাইছে। লগতে কিছু নগদ ধনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে বোকাখাতত দ্ৰাগচৰ যথেষ্ট গ্ৰাহক আছে বুলি ধৃত ড্ৰাগচ পেডেলাৰ সহদেৱে সাংবাদিকৰ আগত মন্তব্য কৰিছে। অৱশ্যে ধৃত দ্ৰাগচখিনি বিক্ৰীৰ বাবে নহয়, নিজৰ বাবেহে অনা বুলি ধৃত সহদেৱে সাংবাদিকৰ আগত মন্তব্য কৰে, লগতে দ্ৰাগচ গোলাঘাটৰ পৰা আনে বুলিও কয়।

Tags: BokakhatDrugsseizedড্ৰাগছজব্দবোকাখাত
Share4Tweet3Send

Related Posts

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT