ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Bokakhat I চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণক লৈ বোকাখাতত ৰাজহুৱা সভা

অজন্তা তালুকদাৰ: বোকাখাতৰ :

News Desk by News Desk
June 23, 2023
Reading Time: 1 min read
A A
0
Bokakhat I চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণক লৈ বোকাখাতত ৰাজহুৱা সভা

RELATED POSTS

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

গোলাঘাট জিলা প্ৰশাসনৰ দ্বাৰা আজি বোকাখাত (Bokakhat)ত আয়োজিত এক ৰাজহুৱা সভাত বোকাখাতৰ পৰা নুমলীগড়লৈকে (From Bokakhat to Numaligarh) হ’বলগা প্ৰস্তাৱিত চাৰিলেন যুক্ত পথৰ (Four-lane connected Road) তিনিটা আৰ্হি বোকাখাতৰ জনসাধাৰণৰ আগত উপস্থাপন কৰে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে৷ কাজিৰঙাৰ এনিমেল কৰিডৰৰ উৰণীয়া সেঁতুৰ পিছতেই আজি বোকাখাতৰ প্ৰস্তাৱিত চাৰিলেনযুক্ত পথ নিৰ্মানৰ বাবে উক্ত ৰাজহুৱা সভাখন অনুষ্ঠিত হয়৷

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ
চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণক লৈ বোকাখাতত ৰাজহুৱা সভা:

সভাত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা (Minister Atul Bora), গোলাঘাট জিলাৰ আয়ুক্ত ডাঃ পি উদয় প্ৰৱীন, বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, লোক নিৰ্মাণ বিভাগৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভাত বোকাখাতৰ বিভিন্ন দল-সংগঠনৰ উপৰিও সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷

boka 2 1 | ASSAM TIMES POST

ৰাজহুৱা সভাখনতেই লোক নিৰ্মাণ বিভাগৰ অৱসৰ প্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা শান্তনু ভট্টচাৰ্যই বোকাখাতৰ প্ৰস্তাৱিত চাৰিলেনযুক্ত পথৰ প্ৰস্তাৱিত তিনিটা আৰ্হিৰ সচিত্ৰ উপস্থাপন দাঙি ধৰে ৷ বিষয়াগৰাকীৰ সচিত্ৰ উপস্থাপন কৰে।

উপস্থাপনৰ পিচতেই ৰীতা হাজৰিকা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিপুল বৰা, চুজা আহমেদ, অভিজিত নাথ, অসম চাহ জন জাতি ছাত্ৰ সন্থাৰ অনিত গড়, বিজু পেগু, প্ৰনৱ দলে, ৰাইজৰ দলৰ জীৱন চন্দ্ৰ বৰা আদি ব্যক্তিসকলে নিজৰ নিজৰ বক্তব্য দাঙি ধৰে ৷ বক্তব্যত সকলোৱে বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটি যোৱাটোকে বিচাৰে ৷ মত বিনিময়ৰ শেষত মন্ত্ৰী অতুল বৰাই সভালৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনোৱাৰ লগতে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় পথ নিৰ্মাণত বোকাখাতৰ জনসাধাৰণ সহযোগিতা কামনা কৰে৷

boka 4 | ASSAM TIMES POST

আজিৰ সভাৰ পিচত বোকাখাতৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মানৰ বাবে কাৰোবাৰ কিবা পৰামৰ্শ থাকিলে লিখিত জিলা আয়ুক্তলৈ দিব পাৰিব বুলিও অৱগত কৰে ৷ উল্লেখ্য যে আজি প্ৰদৰ্শিত আৰ্হিৰ সবিশেষ প্ৰতিবেদন লোক নিৰ্মাণ বিভাগে অহা আগষ্টৰ ভিতৰত চৰকাৰ হাতত অৰ্পণ কৰিব আৰু চৰকাৰৰ অনুমোদনেৰে এই প্ৰস্তাৱ ৰূপায়ণৰ বাবে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পথ প্ৰধিকৰণক অৰ্পণ কৰিব বুলি জানিব পৰা গৈছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BokakhatFourlaneRoadচাৰিলেনপথবোকাখাত
Share6Tweet4Send

Related Posts

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
50
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
50
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

by News Desk
September 25, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
51
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

by News Desk
September 24, 2026
54
ADVERTISEMENT
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026
50
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d