ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mihailo Tolotts I ৮২ বছৰীয়া জীৱনকালত লগ পোৱা নাই কোনো মহিলা! দেখা নাই বিমান-ৰে’ল! কোন এইগৰাকী আজীৱন ব্ৰহ্মচাৰী?

নিউজ ডেস্কঃ

News Desk by News Desk
June 21, 2023
Reading Time: 1 min read
A A
0
Mihailo Tolotts I ৮২ বছৰীয়া জীৱনকালত লগ পোৱা নাই কোনো মহিলা! দেখা নাই বিমান-ৰে’ল! কোন এইগৰাকী আজীৱন ব্ৰহ্মচাৰী?

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

এজন ব্যক্তিৰ জন্ম হ’ল, ডাঙৰ হ’ল। জীয়াই আছিল ৮২ বছৰ। কিন্তু গোটেই জীৱনত তেওঁ এক মুহূৰ্তৰ বাবেও নাৰীৰ মুখ দেখা নাপালে! কিন্তু এইটো সম্ভৱনে?

হয়, বিশ্বত এনে এজন পুৰুষ আছিল যিয়ে জীৱনত কেতিয়াও নাৰী দেখা নাছিল। আনকি নিজৰ মাককো দেখা নাছিল।

ব্ৰিটিছ প্ৰেছ “ইউনিলাড”ৰ (British Press “Unilad”) প্ৰতিবেদন অনুসৰি, ব্যক্তিজনৰ নাম মিহাইলো টলোটছ (Mihailo Tolotts)। তেওঁ গ্ৰীচৰ হালকিডিকিৰ বাসিন্দা (resident of Halkidicki, Greece) আছিল। প্ৰতিবেদন অনুসৰি, মিহাইলোৱে কেৱল বন্ধু-বান্ধৱৰ পৰা শুনি আৰু কিতাপ পঢ়ি নাৰীৰ অস্তিত্বৰ বিষয়ে জানিব পাৰিছিল। কিন্তু কোনো মহিলাক দেখা পোৱা নাছিল।

১৮৫৬ চনত মিহাইলোৰ জন্ম হোৱা বুলি ধাৰণা কৰা হয়। কিন্তু সন্তান জন্ম দিয়াৰ কিছু সময়ৰ পিছতে তেওঁৰ মাতৃৰ মৃত্যু হয়। মিহাইলো অনাথ হৈ পৰে।

মিহাইলোৰ মাতৃৰ মৃত্যুৰ পিছত গ্ৰীচৰ মাউণ্ট এথোছৰ এটা মঠৰ সন্ন্যাসীসকলে তেওঁক তুলি লয়। তেনেদৰে তেওঁ সন্ন্যাসীৰ মাজতে ডাঙৰ-দীঘল হয়। মিহাইলো কেৱল সন্ন্যাসীৰ মাজত ডাঙৰ হোৱাই নহয়, শৈশৱৰ পৰাই তেওঁ সন্ন্যাসীৰ ৰীতি-নীতি পালন কৰিছিল। সৰুৰে পৰাই মঠৰ সন্ন্যাসীৰ দৰে কঠোৰ জীৱন যাপন কৰিবলৈও আৰম্ভ কৰিছিল।

মিহাইলোৱে বাস কৰা মঠটোত কঠোৰ নিয়ম মানি চলিছিল। তাৰে এটা অন্যতম নিয়ম আছিল কোনো মহিলাক মঠত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়া। কেৱল মহিলায়ে নহয়, গৰু-ছাগলীকে ধৰি যিকোনো পশুধনক মঠটোত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। গ্ৰীচৰ উক্ত মঠটোৰ সেই শতিকা পুৰণি পৰম্পৰা আজিও বলৱৎ হৈ আছে।

Mihailo Tolotts
Mihailo Tolotts I ৮২ বছৰীয়া জীৱনকালত লগ পোৱা নাই কোনো মহিলা

অৱশ্যে মহিলাসকলক মঠত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ এটা কাৰণ আছিল। সন্ন্যাসীসকলে যাতে গোটেই জীৱন সঠিকভাবে ব্ৰহ্মচৰ্য জীৱন যাপন কৰিব পাৰে তাৰ বাবেই সেইটো কৰা হৈছিল। কিন্তু মঠৰ সন্ন্যাসীসকলক বাহিৰৰ জগতলৈ যাবলৈ দিয়া হৈছিল। ফলত তেওঁলোকে বাহিৰলৈ ওলাই যাব পাৰে আৰু প্ৰয়োজন হʼলে এগৰাকী মহিলাক লগ কৰিব পাৰে। কিন্তু মিহাইলো জীয়াই থকালৈকে তেওঁ কেতিয়াও এথোছ পৰ্বতৰ মঠটোৰ পৰা বাহিৰলৈ যোৱা নাছিল। ১৯৩৮ চনত ৮২ বছৰ বয়সত মিহাইলোৰ মৃত্যু হয়।

মিহাইলোৰ মৃত্যুৰ পিছত এথোছ পৰ্বতৰ সন্ন্যাসীসকলে তেওঁক বিশেষ মৰ্যাদাৰে সমাধিস্থ কৰে। মঠৰ সন্ন্যাসীসকলে বিশ্বাস কৰিছিল যে মিহাইলোৱেই পৃথিৱীৰ একমাত্ৰ পুৰুষ যিয়ে কেতিয়াও কোনো নাৰীৰ ওপৰত দৃষ্টি দিয়া নাছিল। গতিকে সন্ন্যাসীসকলৰ মাজত তেওঁৰ অত্যন্ত সন্মান আছিল। সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত এইটোও প্ৰকাশ পাইছে যে মহিলাৰ কথা বাদেই, মিহাইলোৱে কেতিয়াও ৰে’ল, বিমান বা আনকি চিনেমাও দেখা নাছিল।

১৯৩৮ চনৰ ২৯ অক্টোবৰত ‘এডিনবাৰ্গ ডেইলী কুৰিয়াৰ’ কাকতত মিহাইলোৰ বিষয়ে এটা বাতৰি প্ৰকাশ পায়। ‘জীৱনত কেতিয়াও কোনো মহিলাক দেখা নোপোৱাকৈয়ে মৃত্যুবৰণ কৰিছিল গ্ৰীক সন্ন্যাসী’ শীৰ্ষক এক প্ৰতিবেদন তাত প্ৰকাশ পাইছিল।

বৰ্তমান মাউণ্ট এথোছক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্যতম হিচাপে স্বীকৃতি দিয়া হৈছে। লাখ লাখ দৰ্শনাৰ্থীৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই পাহাৰ। কিন্তু মাউণ্ট এথোছৰ মঠত মহিলাক প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ এতিয়াও বহু বিতৰ্ক চলি আছে। বহুতে এই নিয়মটো ‘বৈষম্যমূলক’ আৰু ‘প্ৰাচীন’ বুলিও মন্তব্য কৰিছে। মাউণ্ট এথোছৰ বুকুত ২০টা মঠ আছে। ইয়াত প্ৰায় ২০ হাজাৰ সন্ন্যাসীয়ে বাস কৰে। ২০টা মঠৰ ভিতৰত ১৭টা মঠত গ্ৰীক সন্ন্যাসীসকলে বাস কৰে। বাকী তিনিটাত ছাৰ্বিয়া, বুলগেৰিয়া আৰু ৰাছিয়াৰ সন্ন্যাসীসকলে বাস কৰে।

Tags: MihailoTolottsমিহাইলোটলোটছ
Share4Tweet3Send

Related Posts

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

by News Desk
August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

by News Desk
August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

by News Desk
August 7, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

by News Desk
August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

by News Desk
August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 6, 2026
50
ADVERTISEMENT
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx