২১ জুন বুধবাৰ, বিশ্ব যোগ দিৱস (International Yoga Day)। আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) যোগাসন কৰিবলৈ বাৰ্তা দিয়ে। বৰ্তমান তেওঁ আমেৰিকাত আছে। কিন্তু তাৰ পৰাও বাৰ্তা প্ৰেৰণ কৰিবলৈ নাপাহৰিলে মোডীয়ে।
Sharing my message on International Day of Yoga. https://t.co/4tGLQ7Jolo
— Narendra Modi (@narendramodi) June 21, 2023