ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Flood | ৰাজ্যৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত ১১ জিলা, ৩৪ হাজাৰৰো অধিক লোক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 17, 2023
Reading Time: 1 min read
A A
0
Assam Flood | ৰাজ্যৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত ১১ জিলা, ৩৪ হাজাৰৰো অধিক লোক

RELATED POSTS

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

বিগত কেইদিনমানৰ পৰা চলি থকা ধাৰাসাৰ বৰষুণে অসমত বান পৰিস্থিতিৰ (Assam’s Flood) সৃষ্টি কৰিছে। ৰাজ্যত সৃষ্টি হোৱা বছৰৰ প্ৰথমটো বানত ৩৪ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, বানৰ কবলত পৰিছে ১১খন জিলা। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা দলৰ তথ্য অনুসৰি, ব্ৰহ্মপুত্ৰ নদীৰ লগতে আন কিছু নদীৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কিন্তু এতিয়ালৈকে জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰা নাই। উল্লেখ্য, বিগত বছৰত হোৱা চাৰিটাকৈ বানত জুৰুলা হৈ পৰিছিল ৰাজ্যখন। সেই সময়ত বহু লোকে কষ্ট ভোগ কৰিবলগা হৈছিল।

Assam Flood
বানত ক্ষতিগ্ৰস্ত ১১ জিলা, ৩৪ হাজাৰৰো অধিক লোক

আনহাতে, ৰাজ্যিক প্ৰশাসনৰ তথ্য অনুসৰি, এই পৰ্যন্ত মুঠ ৩৪ হাজাৰ ১৮৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে ১৪ হাজাৰ ৬৭৫ গৰাকী মহিলা আৰু ৩ হাজাৰ ৭৮৭ গৰাকী শিশু। বিশ্বনাথ, দৰং, ধেমাজি, লখিমপুৰ, তামুলপুৰকে ধৰি ১১খন জিলা ক্ষতিগ্ৰস্ত হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ। জিলাখনত ২৩ হাজাৰ ৫১৬ জনতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ডিব্ৰুগড়ত ক্ষতিগ্ৰস্ত হৈছে ৩ হাজাৰ ৮৫৭ জন লোক। দৰঙত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ২২৩১ জন। বিশ্বনাথ জিলাত ২২৩১ জন লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজিত ক্ষতিগ্ৰস্ত হৈছে ১ হাজাৰ ৮৫ জন লোক।

আনহাতে, বান পৰিস্থিতিৰ বাবে স্থাপন কৰা হৈছে ১১টা সাহায্য শিবিৰ। ইয়াৰে ভিতৰত লখিমপুৰত ৮টা সাহায্য শিবিৰ।ওদালগুৰিত মুকলি কৰা হৈছে ২টা সাহায্য শিবিৰ। অসমত ৭৭খন গাঁও ভয়াৱহভাৱে ক্ষতিসাধন হৈছে বুলি দুৰ্যোগ সঁহাৰি বাহিনীয়ে প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত হৈছে ২০৯.৬৭ হেক্টৰ কৃষি ভূমি। ডিমা হাছাও আৰু কামৰূপ জিলাত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ খবৰ পোৱা গৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: assam
Share4Tweet3Send

Related Posts

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
53
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
51
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d