ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গভীৰ অৰণ্যত গুলীবিদ্ধ বন্যহস্তীক প্ৰাথমিক চিকিৎসা প্ৰদান বনবিভাগৰ

ASSAM TIMES POST by ASSAM TIMES POST
December 5, 2019
Reading Time: 1 min read
A A
0

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ অৱশেষত ধনশিৰি, দলদলী সংৰক্ষিত বনাঞ্চলৰ মিচিবাইলামৰ এক গভীৰ এলেকাত মঙলবাৰে গুলীবিদ্ধ হোৱা বন্যহস্তীটোক বনবিভাগে চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হ’ল৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা বুধবাৰে ধনশিৰি থানা দলদলী সংৰক্ষিত বনাঞ্চলৰ এলেকাধীন তুলাৰাম আৰু মিচিবাইলামৰ হাবিত বনবিভাগে এটি গুলীবিদ্ধ বন্যহস্তী প্ৰত্যক্ষ কৰে৷

RELATED POSTS

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery

বন্যহস্তীটো নাগালেণ্ডৰ ইটাংগী বনাঞ্চলৰ পৰা ওলাই অহা বুলি বনবিভাগৰ লোকে সন্দেহ কৰিছে৷ বুধবাৰে বনবিভাগৰ দল আৰু বেটেলিয়নৰ দলে সন্ধিয়া কাজিৰঙাৰ পৰা অহা চিকিৎসকৰ দলক লগতলৈ হাবিত প্ৰৱেশ কৰে যদিও পৰ্যাপ্ত পোহৰৰ অভাৱত হাতীটোক চিকিৎসা প্ৰদানত ব্যৰ্থ হয়৷

WhatsApp Image 2019 12 05 at 3.14.11 AM | ASSAM TIMES POST

আজি পুৱা পুনৰ বনবিষয়া ধনীৰাম ৰংপিৰ নেতৃত্বত বনবিভাগৰ ৰাঙাপাহাৰ ডিভিজনৰ কাৰবি আংলং কনাজাৰভেছন ভলণ্টিয়েৰৰ এক অভিযানকাৰী দলে অভিযান চলাই বন্যহস্তীটোক বিচাৰি উলিওৱাৰ পিছত হাতীটোক ট্ৰেংকুলাইজ কৰি হাতীটোৰ জখমপ্ৰাপ্ত ভৰিত প্ৰাথমিক চিকিৎসা আগবঢ়ায়৷

বন্যহস্তীটোক চিকিৎসা আগবঢ়োৱা কাজিৰঙাৰ পৰা অহা চিকিৎসক প্ৰাণজিৎ বসুমতাৰীয়ে সাংবাদিকৰ আগত কয়যে হাতীটোক কোনো দূৰ্বৃত্তই দেশীয়ভাবে নিৰ্মিত বন্দুকেৰে গুলীয়াই আগফালৰ সোঁভৰিত জখম কৰিছে৷ সাময়িক ভাবে প্ৰাথমিক চিকিৎসা আগবঢ়োৱা হৈছে যদিও প্ৰয়োজন বশতঃ পিছলৈ অস্ত্ৰোপচাৰ কৰিবলগীয়া হলেও সেয়া কৰা হ’ব বুলি জনায়৷ উল্লেখযোগ্য যে উক্ত অভিযানত সাংবাদিকৰ দল এটাও অভিযানকাৰী দলৰ লগত আছিল৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: FeaturedFeatured2karbi anglong
Share13Tweet5Send

Related Posts

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation
KARBI ANGLONG

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

by ASSAM TIMES POST
June 13, 2025
50
Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী
KARBI ANGLONG

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

by ASSAM TIMES POST
June 13, 2025
50
Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery
Assam

Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery

by Staff Reporter
June 13, 2025
50
ৰশ্মিতা হোজাইৰ মৃত্যুত ধনশিৰিত মম বাতি লৈ প্রতিবাদ ডিমাচা দল-সংগঠনৰ
KARBI ANGLONG

ৰশ্মিতা হোজাইৰ মৃত্যুত ধনশিৰিত মম বাতি লৈ প্রতিবাদ ডিমাচা দল-সংগঠনৰ

by Staff Reporter
June 11, 2025
56
Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ
Assam

Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ

by Staff Reporter
June 9, 2025
54
Flood in Assam : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ ৮ জিলা
Assam

Assam flood I অসমত শেহতীয়া বানত ২১ জিলাত ১৯ জনৰ মৃত্যু

by Staff Reporter
June 5, 2025
53
ADVERTISEMENT
Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation
KARBI ANGLONG

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
50
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video
National-International

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
50
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত
National-International

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025
50
Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী
KARBI ANGLONG

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

June 13, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13689) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3394) Lifestyle (24) literature (16) National-International (10116) NORTHEAST (855) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d