ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Odisha Train Accident I ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত ২৮৮ জনৰ মৃত্যু! তদন্ত ঘোষণা কেন্দ্ৰীয় ৰেʼল মন্ত্ৰীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 3, 2023
Reading Time: 1 min read
A A
0
Odisha Train Accident I ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত ২৮৮ জনৰ মৃত্যু! তদন্ত ঘোষণা কেন্দ্ৰীয় ৰেʼল মন্ত্ৰীৰ

RELATED POSTS

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

ওড়িশাৰ (Odisha) বালেশ্বৰত ৰেʼল দুৰ্ঘটনাস্থলীত উপস্থিত হয় ৰেʼল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ (Ashwini Vaishnaw) । শনিবাৰে পুৱা ৮ বজাৰ আগতেই তেওঁ বালেশ্বৰত উপস্থিত হৈ দুৰ্ঘটনাস্থলীলৈ যায়। সাংবাদিকৰ সৈতেও তেওঁ বাৰ্তালাপ কৰে।

Odisha Train Accident
288 Dead, 900 Injured In Horrific Three-Train Accident:

এই দুৰ্ঘটনাৰ কাৰণৰ তদন্ত কৰা হʼব বুলি ৰেʼল মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, “নিশা এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে। ৰে’লৱেই মূললৈ গৈ এই দুৰ্ঘটনাৰ কাৰণ তদন্ত কৰিব। ৰেʼল সুৰক্ষা আয়ুক্তই (দক্ষিণ-পূব চক্ৰ) স্বতন্ত্ৰ তদন্ত কৰিব। কিন্তু প্ৰথম অৱস্থাত আমাৰ অগ্ৰাধিকাৰ বেলেগ।”

cjkffkq odisha train | ASSAM TIMES POSTলগতে তেওঁ কয়, “বৰ্তমান দুৰ্ঘটনাস্থলীত উদ্ধাৰৰ কামত গুৰুত্ব দিয়া হৈছে। এতিয়া আমাৰ প্ৰাথমিক আৰু একমাত্ৰ লক্ষ্য হৈছে আহতসকলক যিমান পাৰি সোনকালে উদ্ধাৰ কৰা আৰু উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা। ইয়াৰ কাষৰীয়া চহৰ কটক, কলকাতা, ভুৱনেশ্বৰ। য’ত উত্তম চিকিৎসা সুবিধা উপলব্ধ তাতেই সকলো ব্যৱস্থা কৰা হ’ব।”

পিটিআইৰ প্ৰতিবেদন অনুসৰি, ৰেʼল মন্ত্ৰালয়ে এনে ভয়ানক দুৰ্যোগ কেনেকৈ সংঘটিত হʼল তাৰ তদন্তৰ নিৰ্দেশ দিছে। এই ঘটনাৰ তদন্তৰ দায়িত্ব লৈছে ৰেলৱে সুৰক্ষা আয়ুক্ত (দক্ষিণ-পূব চক্ৰ) এ এম চৌধাৰীয়ে।

আনহাতে, মৃতকৰ সংখ্যাৰ বিষয়ে অশ্বিনীক সোধাত তেওঁ কয়, “ৰে’লে নিয়মীয়াকৈ মৃত আৰু আহত লোকৰ সংখ্যাৰ বিষয়ে আপোনালোকক অৱগত কৰি আছে। বৰ্তমান সেই সংখ্যাই ধৰি লওক।” উল্লেখযোগ্য যে এতিয়ালৈকে ৰে’লৱেই প্ৰকাশ কৰা অনুসৰি, মৃত্যুৰ সংখ্যা ৮৮ জন আৰু কমেও ৬০০ লোক আহত হৈছে। অৱশ্যে পিটিআইৰ খবৰ অনুসৰি, বালেশ্বৰ ৰেʼল দুৰ্ঘটনাত কমেও ২৮৮ জন লোকৰ মৃত্যু হৈছে। আহত ৯০০ৰো অধিক।

ঘটনাস্থলীত গৈ ৰেʼল মন্ত্ৰীগৰাকীয়ে কয় যে এই দুৰ্ঘটনাটো অতি দুৰ্ভাগ্যজনক। খবৰ পোৱাৰ প্ৰায় লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। ইতিমধ্যে ঘোষণা কৰা হৈছে যে কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত নিহত পৰিয়ালক ৰে’লৱেই ১০ লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিব। গুৰুতৰভাৱে আহতসকলক ২ লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্তসকলক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হʼব। উল্লেখ্য, শুকুৰবাৰে সন্ধ্যা ৭ বজাত দুর্ঘটনাটি ঘটে। দিনৰ ৩.১৫ বজাত হাওৰাৰ ওচৰৰ শালিমাৰ ষ্টেচনৰ পৰা এৰিছিল উজনিমুৱা কৰমণ্ডল এক্সপ্রেছ। প্রায় চাৰি ঘণ্টা পিছত ওড়িশাৰ বালেশ্বৰৰ বাহানগা বজাৰৰ ওচৰত দুর্ঘটনাৰ কবলত পৰে ২৩ টা ডবাৰ ৰে’লখন।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Odisha
Share4Tweet3Send

Related Posts

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

by News Desk
September 24, 2026
52
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

by News Desk
September 24, 2026
51
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ
National-International

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

by News Desk
September 24, 2026
51
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

by News Desk
September 24, 2026
51
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু
National-International

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

by News Desk
September 24, 2026
52
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি
National-International

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

by News Desk
September 24, 2026
53
ADVERTISEMENT
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

September 25, 2026
50
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

September 25, 2026
50
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

September 25, 2026
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

September 25, 2026
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d