ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Journalist complains I বোকাখাতত সাংবাদিকৰ প্ৰতি অসৌজন্যমূলক আচৰণৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
May 30, 2023
Reading Time: 1 min read
A A
0
Journalist complains I বোকাখাতত সাংবাদিকৰ প্ৰতি অসৌজন্যমূলক আচৰণৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

The Assam Police have arrested three individuals for the murder of a girl who has engaged in sexual acts with her corpse.

“Assam Police to Become Zero-Vacancy Force with 5,000 New Recruits : Himanta Biswa Sarma

এছ আই জোনমনি ৰাভাৰ দুৰ্ঘটনা (SI Jonmani Rava’s accident)ৰ নামত বোকাখাতত সাংবাদিকৰ বিৰুদ্ধে আৰক্ষী আৰু চি আই ডি-এ মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সাংবাদিকসকলে (Journalist complains of mental harassment)।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাস ওৰফে নালীয়াৰ বক্তব্য সংগ্ৰহ কৰা সাংবাদিকক জিলাৰ বাহিৰৰ থানালৈ মাতি নিয়া, চি আই ডি-ৰ জেৰাৰ নামত সাংবাদিকসকলক অপৰাধীৰ দৰে বোকাখাত থানালৈ মাতি নি কেইবা ঘন্টাও ৰখাই থোৱা ,শেষ নিশা দুৰ্ধৰ্ষ অপৰাধিক দৰে জ্যেষ্ঠ সাংবাদিকৰ ঘৰ ঘেৰাও কৰি অমূলক প্ৰশ্ন কৰাকে ধৰি অসৌজন্যমূলক ব্যৱহাৰ কৰাৰ সন্দৰ্ভত আজি অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব, ইমজা, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, গোৰ্খা ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতি, বোকাখাত মহকুমা ছাত্ৰ সন্থা, বোকাখাত বাছ মালিক সন্থা, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সমিতি, পৰিষদৰ বোকাখাত জিলা সমিতি, জীপাল কৃষক-শ্ৰমিক সংঘ, বোকাখাত ক্ৰীড়া সন্থা, অধিবক্তা সন্থা আদি সংগঠনৰ বিষয় ববীয়াসকলে আজি দিনৰ ২ বজাৰ পৰা বোকাখাত নাট্য মন্দিৰৰ সমুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

বোকাখাতত সাংবাদিক
বোকাখাতত সাংবাদিকৰ প্ৰতি অসৌজন্যমূলক আচৰণৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট:

লগতে এই প্ৰতিবাদ স্থলীতে অসমৰ মুখ্যমন্ত্ৰী, প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াক সমগ্ৰ বিষয় সন্দৰ্ভত স্মাৰকপত্ৰ যোগে অৱগত কৰিছে।অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি আৰু সম্পাদক বুবুল দত্ত আৰু নীলু আচাৰ্য, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক ক্ৰমে ভৱানন্দ কলিতা আৰু উত্তম শইকীয়া, ইমজা বোকাখাতৰ সভাপতি, সম্পাদক ক্ৰমে প্ৰদীপ কুমাৰ বৰা আৰু দিব্যজ্যোতি হাজৰিকা স্বাক্ষৰিত স্মাৰক পত্ৰখনৰ জৰিয়তে সাংবাদিকৰ প্ৰতি আৰক্ষী প্ৰশাসনৰ এনে অসৌজন্যমূলক আচৰণ আৰু নিৰ্যাতন বন্ধ কৰিবলৈ আৰু সাংবাদিক সকলৰ নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায়।

boka3 1 | ASSAM TIMES POST

আজি প্ৰতিবাদ থলীতে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সাংবাদিকৰ প্ৰতি আৰক্ষীয়ে কৰা অসৌজন্যমূলক আচৰণৰ প্ৰতিবাদ কৰি সাংবাদিকৰ আগত কয় যে যি সময়ত, বিশেষকৈ অসম চৰকাৰ আৰু আৰক্ষী বিভাগৰ মূৰব্বী বিষয়া সকলে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সুসম্পৰ্কৰ শ্লোগান দি আছে, সেই সময়ত গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সাংবাদিকৰ প্ৰতি কৰা এনে দুৰ্ব্যৱহাৰ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ, আৰু লজ্জিত অনুভৱ কৰিছোঁ।

সাংবাদিকৰ প্ৰতি এনে আচৰণ বন্ধ নহ’লে সমগ্ৰ অসম জুৰি প্ৰতিবাদ কৰা হ’ব বুলি সকিয়াই দিয়ে। ইফালে কৃষক নেতা সোণেশ্বৰ নৰহে আৰক্ষীয়ে সোধ পোছৰ বাবে মাতি নি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সাংবাদিকক সাধাৰণ অপৰাধীৰ দৰে ব্যৱহাৰ কৰাৰ কোনো অধিকাৰ নাই বুলি আজি প্ৰতিবাদ থলীত সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Bokakhatjonmoni rabhaজোনমনি ৰাভাবোকাখাত
Share4Tweet3Send

Related Posts

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি
Assam

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

by News Desk
September 29, 2023
56
The Assam Police have arrested three individuals for the murder of a girl who has engaged in sexual acts with her corpse.
Assam

The Assam Police have arrested three individuals for the murder of a girl who has engaged in sexual acts with her corpse.

by ASSAM TIMES POST
September 28, 2023
65
“Assam Police to Become Zero-Vacancy Force with 5,000 New Recruits : Himanta Biswa Sarma
Assam

“Assam Police to Become Zero-Vacancy Force with 5,000 New Recruits : Himanta Biswa Sarma

by ASSAM TIMES POST
September 28, 2023
57
AASU protests I নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাত আছুৰ প্ৰতিবাদ : পথ অৱৰোধ, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ
Assam

AASU protests I নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাত আছুৰ প্ৰতিবাদ : পথ অৱৰোধ, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

by News Desk
September 27, 2023
60
Pradyut Mahanta’s first death anniversary I বোকাখাতৰ অন্যতম শক্তিশালী কণ্ঠ প্ৰদ্যুত মহন্তৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Assam

Pradyut Mahanta’s first death anniversary I বোকাখাতৰ অন্যতম শক্তিশালী কণ্ঠ প্ৰদ্যুত মহন্তৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

by News Desk
September 26, 2023
64
Leprosy Detection Campaign I নগাঁৱত “কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান” সন্দৰ্ভত বৈঠক
Assam

Leprosy Detection Campaign I নগাঁৱত “কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান” সন্দৰ্ভত বৈঠক

by News Desk
September 26, 2023
59
ADVERTISEMENT
Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি
National-International

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

September 29, 2023
57
Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০
National-International

Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

September 29, 2023
55
Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি
Assam

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

September 29, 2023
56
Asian games 2023 I শ্বুটিঙত সোণৰ হেট্ৰিকৰ পৰা বঞ্চিত ঐশ্বৰ্য
National-International

Asian games 2023 I শ্বুটিঙত সোণৰ হেট্ৰিকৰ পৰা বঞ্চিত ঐশ্বৰ্য

September 29, 2023
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

September 29, 2023
Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

September 29, 2023
Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

September 29, 2023

Categories

ALL NEWS (17263) Assam (12731) BREAKING NEWS (6433) Business (29) Economy (70) Editorial (11) EDUCATION AND TECHNOLOGY (79) Entertainment (743) Entertrainment (393) EXCLUSIVE (124) Fashion (9) Featured (20) Features (30) Guwahati (1897) Health & Fitness (614) Jobs & Career (6) KARBI ANGLONG (2727) Lifestyle (23) literature (16) National-International (6266) NORTHEAST (607) Novels (3) Photo (4) Poems (9) Political (110) Recipes (6) Sports News (404) Stories (9) Tech (13) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: