ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Child dies in hospital I গৰম পায়সৰ পাত্ৰত পৰি মৃত্যু ৪ বছৰীয়া শিশুৰ!

নিউজ ডেস্কঃ

News Desk by News Desk
May 30, 2023
Reading Time: 1 min read
A A
0
Child dies in hospital I গৰম পায়সৰ পাত্ৰত পৰি মৃত্যু ৪ বছৰীয়া শিশুৰ!

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

ভোজৰ আয়োজন চলি আছিল। চৌকাৰ পৰা পায়সেৰে ভৰা পাত্ৰটো নমাই থোৱা হৈছিল মাত্ৰ৷ ৰান্ধনীজনে ঢাকিবলৈও সময় নাপালে। হঠাৎ খেলি খেলি তাত উপস্থিত হয় এটা শিশু। কিবা বুজি পোৱাৰ আগতেই নিয়ন্ত্ৰণ ৰাখিব নোৱাৰি পায়সেৰে ভৰা পাত্ৰটোৰ ভিতৰত পৰি যায় শিশুটি (child falls in the container full of payas)! এই ঘটনা যোৱা শুকুৰবাৰে ওড়িশাৰ নুৱাপাৰাত (Nuapara in Odisha) সংঘটিত হয়।

সোমবাৰে ওড়িশাৰ এখন চিকিৎসালয়ত শিশুটিৰ মৃত্যু (Child dies in hospital) হয়।বিগত তিনিদিন ধৰি শিশুটিক বচাবলৈ চেষ্টা চলায় চিকিৎসকে। কিন্তু শেষ ৰক্ষা নহʼল। গৰম পায়সৰ পাত্ৰত প্ৰায় ডুবি যোৱাৰ ফলত শিশুটিৰ শৰীৰ জ্বলি যোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে।

 মৃত্যু ৪ বছৰীয়া শিশুৰ
গৰম পায়সৰ পাত্ৰত পৰি মৃত্যু ৪ বছৰীয়া শিশুৰ:

আৰক্ষীৰ সূত্ৰ অনুসৰি, শিশুটিৰ বয়স ৪ বছৰ। তেওঁৰ পিতৃ ওড়িশাৰ নুৱাপাৰাৰ ৰানিমুণ্ডা গাঁৱৰ বাসিন্দা। নাম হুতেশ কুমাৰ হৰনা। যোৱা শুকুৰবাৰে হুতেশৰ চুবুৰীত ভোজৰ আয়োজন কৰা হৈছিল। ৰন্ধা-বঢ়া চলি থকা ঠাইৰ ওচৰতে খেলি আছিল শিশুটি। ঘটনাস্থলীত উপস্থিত থকা চুবুৰীয়াই গৰম পায়সৰ পাত্ৰত পৰি যোৱা দেখি লগে লগে উদ্ধাৰ কৰে। ততাতৈয়াকৈ শিশুটিক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

পিছত শিশুটিৰ অৱস্থা বেয়া হোৱাত তেওঁক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু তথাপিও শেষ ৰক্ষা কৰিব নোৱাৰিলে।শনিবাৰে ওড়িশাৰ পুৰীত জগন্নাথ মন্দিৰৰ গৰম দাইল পৰি মন্দিৰৰ দুজন সেৱক গুৰুতৰভাৱে আহত হয়। এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁলোক। সোমবাৰেও প্ৰায় অনুৰূপ ঘটনাত এটি ৪ বছৰীয়া শিশুৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত গাঁওখনত শোকৰ ছাঁ পৰে।

Tags: Child deathPayas containerপায়সৰ পাত্ৰশিশু মৃত্যু
Share4Tweet3Send

Related Posts

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

by News Desk
August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

by News Desk
August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা
National-International

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

by News Desk
August 6, 2026
50
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

by News Desk
August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

by News Desk
August 6, 2026
50
ADVERTISEMENT
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT