ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

জোতা কিনিবলৈ টকা নাই, গৰম পথত খোজকাঢ়িবলৈ প্লাষ্টিকৰ মোনা পিন্ধালে মাতৃয়ে !

নিউজ ডেস্কঃ

News Desk by News Desk
May 24, 2023
Reading Time: 1 min read
A A
0
জোতা কিনিবলৈ টকা নাই, গৰম পথত খোজকাঢ়িবলৈ প্লাষ্টিকৰ মোনা পিন্ধালে মাতৃয়ে !

RELATED POSTS

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

প্ৰখৰ ৰʼদত (scorching sun) তিনিটা সন্তানৰ সৈতে ৰাস্তাৰে খোজকাঢ়ি গৈ আছে এগৰাকী মাতৃ। কোলাত আন এগৰাকী কন্যা সন্তান। বয়স আনুমানিক এবছৰ। তেওঁৰ হাতত ধৰি আছে এহাল লʼৰা-ছোৱালীয়ে। তেওঁলোকৰ ভৰি দুখন প্লাষ্টিকেৰে ঢাকি থোৱা (feet covered with plastic) আছে। এই ছবিখন ছচিয়েল মিডিয়াত ভাইৰেল (Viral on social media) হৈ পৰিছে।

প্ৰচণ্ড গৰমত উত্তপ্ত পকী ৰাস্তাৰে খোজকাঢ়ি গৈ আছে তিনিটা সন্তানৰ সৈতে এগৰাকী মাতৃ। এজন সাংবাদিকে উক্ত দৃশ্য কেমেৰাত বন্দী কৰে। জানিব পৰা মতে, মহিলাগৰাকীৰ নাম ৰুক্মিণী। তিনি সন্তানৰ সৈতে মধ্যপ্ৰদেশৰ শিৱপুৰৰ (Shivpur in Madhya Pradesh) ৰাজপথত খোজকাঢ়ি গৈ আছিল তেওঁ। প্ৰচণ্ড গৰমত পকী পথত খালী ভৰিৰে খোজকাঢ়িবলৈ বহুতে সাহস নকৰে। কিন্তু ৰুক্মিণীয়ে সেই সাহস দেখুৱালে। অৱশ্যে এইটো কোৱাটো উচিত হ’ব যে পৰিস্থিতিয়ে তেওঁক এই সাহস দেখুৱাবলৈ বাধ্য কৰাইছিল।

PH1 1 | ASSAM TIMES POST

সাংবাদিক ইনছাফ কুৰেশ্বীয়ে তোলা ছবিখন ভাইৰেল হোৱাৰ লগে লগে বহু লোকে ৰুক্মিণীক সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। কিন্তু কুৰেশ্বীয়ে নিজেই ৰুক্মিণী আৰু তেওঁৰ লʼৰা-ছোৱালীৰ বাবে জোতাৰ ব্যৱস্থা কৰিছিল। ৰুক্মিণী চাহাৰা জনগোষ্ঠীৰ অন্তৰ্গত। স্বামী যক্ষ্মা ৰোগত আক্ৰান্ত বুলিও কয়। ফলত পৰিয়ালৰ বোজা তেওঁ কঢ়িয়াবলগা হয়। কাম পালে কৰে। সৰু ল’ৰা-ছোৱালী তিনিটাক চোৱা-চিতা কৰিবলৈ কোনো নাই। গতিকে প্ৰতিদিনে তেওঁৰ লগত লৈ কাম বিচাৰে।

গৰমৰ দিনত ৰাস্তাত প্ৰতিদিনে খালী ভৰিৰে যাত্ৰা কৰিবলগীয়া হয় ৰুক্মিণীয়ে। শিশুসকলে যাতে গৰম সহ্য কৰিব নালাগে, তাৰ বাবে ভৰিত প্লাষ্টিক লগাই দিয়ে। কুৰেশ্বিৰ এই ছবিখন প্ৰশাসনৰো ওচৰ পালেগৈ। ৰাজ্যিক মহিলা আৰু শিশু উন্নয়ন বিভাগেও হাত আগবঢ়ায়। শিৱপুৰৰ জিলা দণ্ডাধীশ শিৱম বাৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে পৰিয়ালটোৱে যাতে সকলো ধৰণৰ চৰকাৰী সা-সুবিধা পায় তাৰ ব্যৱস্থা কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Madhya Pradeshplasticপ্লাষ্টিকমধ্যপ্ৰদেশ
Share4Tweet3Send

Related Posts

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত
National-International

by News Desk
October 21, 2026
52
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

by News Desk
October 21, 2026
51
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

by News Desk
October 21, 2026
51
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ

October 20, 2026
52
Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

ADVERTISEMENT
United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত
National-International

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

October 21, 2026
52
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
51
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
51
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

October 21, 2026
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d