ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

কৰ্ণাটকৰ ৯৭ শতাংশই কোটিপতি বিধায়ক! ৫৫ শতাংশৰ আছে অপৰাধমূলক গোচৰ

নিউজ ডেস্কঃ

News Desk by News Desk
May 17, 2023
Reading Time: 1 min read
A A
0
কৰ্ণাটকৰ ৯৭ শতাংশই কোটিপতি বিধায়ক! ৫৫ শতাংশৰ আছে অপৰাধমূলক গোচৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST
কৰ্ণাটকৰ নতুন বিধায়ক (Karnataka’s new MLA)ৰ ৯৭ শতাংশই কোটিপতি (97% are millionaires)। আনহাতে, এই নৱনিৰ্বাচিত বিধায়কৰ ভিতৰত ৫৫ শতাংশৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। এছোচিয়েচন অব ডেমোক্ৰেটিক ৰিফৰ্মছ (Association of Democratic Reforms)ৰ (এডিআৰ) বিশ্লেষণাত্মক প্ৰতিবেদনত (Analytical Report) এই কথা উল্লেখ কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে এই বিষয়ত শাসকীয় কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ মাজত বিশেষ পাৰ্থক্য নাই। আনকি ৰাজ্যৰ তৃতীয় ৰাজনৈতিক শক্তি জেডিএছো কোটিপতি হোৱাৰ দৌৰত পিছপৰি থকা নাই!

RELATED POSTS

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

নিয়ম অনুসৰি, নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে প্ৰাৰ্থীসকলে শপতনামাৰ আকাৰত নিৰ্বাচন আয়োগক শিক্ষাগত অৰ্হতা, সম্পত্তি আদিৰ বিষয়ে অৱগত কৰে। সেই তথ্য বিশ্লেষণ কৰি এডিআৰে এই প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ ২২৩ জন বিধায়কৰ ভিতৰত ২১৭ জন কোটিপতি! আনকি প্ৰতিবেদনত কোৱা হৈছে যে ২০১৮ চনত বিধায়কৰ গড় সম্পত্তি আছিল ৩৪.৫৯ কোটি টকা, ২০২৩ চনত ই ৬৪ কোটি টকা হৈ পৰিছে!

kar1 | ASSAM TIMES POST

১৩৫ জন কংগ্ৰেছ বিধায়কৰ ভিতৰত ১৩৪ জন বিধায়কৰ শপতনামা পৰীক্ষা কৰি দেখা গৈছে যে ১৩২ জন বিধায়ক কোটিপতি। আনহাতে, ৬৬ জন বিজেপি বিধায়কৰ ভিতৰত ৬৩ জন কোটিপতি। ১৯ জন জেডিএছ বিধায়কৰ ভিতৰত ১৮ জন কোটিপতি। নতুন বিধায়কৰ মাত্ৰ দুগৰাকীৰ সম্পত্তি ৫০ লাখ টকাৰ তলৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত থকা কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰে সম্পত্তিৰ ক্ষেত্ৰত আগবাঢ়ি আছে। তেওঁৰ ঘোষিত সম্পত্তিৰ মূল্য ১৪১৩ কোটি!

আনহাতে, এডিআৰৰ প্ৰতিবেদনত কোৱা হৈছে যে নতুন বিধায়কৰ এক তৃতীয়াংশৰেই আছে গুৰুতৰ অপৰাধমূলক গোচৰ। কংগ্ৰেছৰ ৩০ শতাংশ বিধায়ক গুৰুতৰ গোচৰত অভিযুক্ত। এই হাৰ বিজেপিৰ বাবে ৩৫ শতাংশ আৰু জেডিএছৰ ৩৭ শতাংশ।

Tags: Billionaire MLAKarnatakaকোটিপতি বিধায়ককৰ্ণাটক
Share4Tweet3Send

Related Posts

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

by News Desk
June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

ADVERTISEMENT
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান
National-International

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT