আজি পুৱতি নিশা বোকাখাতৰ বিহৰাত (Bihra of Bokakhat) দুৰ্ঘটনা হোৱা এক শোকাবহ দুৰ্ঘটনাত থিতাতে নিহত হয় প্ৰফুল্ল লইং (Prafulla Loing killed in accident) নামৰ আচাম ৰাইফলছৰএজন অৱসৰপ্ৰাপ্ত জোৱান।
AS01AB 5394 নম্বৰৰ বাইকেৰে মহুৰাৰ ওপৰ টেমেৰা গাৱঁৰ পৰা বোকাখাতলৈ আহি থকা অৱস্থাত অচিনাক্ত বাহনে প্ৰাক্তন জোৱানজনক মহতীয়াই নিয়েবুলি জানিব পৰা গৈছে।