ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Drugs Seized I ডিলাইত সন্দেহযুক্ত হেৰ’ইন সহ এটা সৰবৰাহকাৰী আটক

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

Staff Reporter by Staff Reporter
May 14, 2023
Reading Time: 1 min read
A A
0
Drugs Seized I ডিলাইত সন্দেহযুক্ত হেৰ’ইন সহ এটা সৰবৰাহকাৰী আটক

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

আজি কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ(Assam Nagaland Border) ডিলাইত বুজন পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন সহ (Drugs) এট সৰবৰাহকাৰী আটক হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত ডিলাই থানাৰ অ’চিৰ নেতৃত্বত, চি 20 চিআৰপিএফৰ দল আৰু থানা ষ্টাফৰ সহযোগত ডিলাই তিনি আলিত এক নাকা তালাচী স্থাপন কৰা হয় ৷

Drugs
ডিলাইত সন্দেহযুক্ত হেৰ’ইন সহ এটা সৰবৰাহকাৰী আটক:

তালাচীকালত AS09 C 9521 নম্বৰৰ এখন মেজিক বাহনত পাচলি কঢ়িওৱা বাহনত লুকুৱাই অনা এটা মোনাৰ পৰা ১০ টা চাবোনৰ বাকচৰ পৰা ১২২’১৪ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত হেৰইনখিনিৰ সৈতে আৰক্ষীয়ে ত্ৰিপুৰা ৰাজ্যৰ পশ্চিম থানাৰ যোগেন্দ্ৰ নগৰ আগৰতলাক মানিক লাল ছাহাৰ পুত্ৰ অনিম ছাহা (২৪) আটক কৰিবলৈ সক্ষম হয় ৷

IMG 20230514 WA0016 | ASSAM TIMES POSTউদ্ধাৰ হোৱা হেৰইনখিনি বোকাজ্ন মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত জব্দ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

RELATED POSTS

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Tags: Drugs
Share4Tweet3Send

Related Posts

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx