![]()
বিগত সময়ত সুৰা কেলেংকাৰী গোচৰত অনিয়মৰ অভিযোগ উত্থাপন কৰি চিবিআইয়ে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াক (Manish Sisodia) ৮ ঘণ্টা জেৰা কৰাৰ অন্তত ২৬ ফেব্ৰুৱাৰী তাৰিখে গ্ৰেপ্তাৰ কৰিছিল।

![]()

আদালতে আৰক্ষী অধীক্ষকক ৩ ৰ পৰা ৪ বজাৰ ভিতৰত একোটা নিৰ্দ্দিষ্ট দিনত তেওঁলোকক কথা পতাৰ অনুমতি দিবলৈ নিৰ্দ্দেশ দিয়ে।উল্লেখ্য যে, ৩১ মাৰ্চ তাৰিখে চিবিআইৰ বিশেষ আদালতে মনীষ ছিছোডিয়াৰ জামিন নাকচ কৰিছিল।© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx