ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Madhya Pradesh Bus Accident | মধ্যপ্ৰদেশত যাত্ৰীবাহী বাছ দলঙৰ পৰা বাগৰি কমেও ১৫ জনৰ মৃত্যু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 9, 2023
Reading Time: 1 min read
A A
0
Madhya Pradesh Bus Accident | মধ্যপ্ৰদেশত যাত্ৰীবাহী বাছ দলঙৰ পৰা বাগৰি কমেও ১৫ জনৰ মৃত্যু

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

দলঙৰ পৰা বাগৰি পৰে যাত্ৰীবাহী বাছ এখন। এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হয়। আহত হয় আন ২৫জন। মঙলবাৰে পুৱা মধ্যপ্ৰদেশৰ (Madhya Pradesh) খাৰগোনে অঞ্চলত (Khargone) সংঘটিত হয় এই ঘটনা। বাছখন ইন্দোৰ অভিমুখে গৈ আছিল। নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে দলঙৰ ৰেলিং ভাঙি বাগৰি পৰে। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Madhya Pradesh Bus Accident
15 Dead as bus fall from bridge in Madhya pradesh

মধ্যপ্ৰদেশ চৰকাৰে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। গুৰুতৰভাৱে আহতসকলৰ বাবে ৫০ হাজাৰ টকা আৰু যিসকলৰ আঘাত গুৰুতৰ নহয় তেওঁলোকৰ বাবে ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে।

Tags: Madhya Pradesh
Share4Tweet3Send

Related Posts

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

by News Desk
June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

by News Desk
June 27, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

by News Desk
June 27, 2026
50
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

by Staff Reporter
June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

by Staff Reporter
June 27, 2026
50
ADVERTISEMENT
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026
50
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT