![]()
নগাঁৱৰ (Nagaon) তেলিয়াগাঁৱত তীব্ৰবেগী ডাম্পাৰৰ (Dumper) দৌৰাত্মৰ ফলত প্ৰাণ গ’ল স্কুলমুখী শিক্ষকৰ। ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ আব্দুল খালেক নামৰ শিক্ষক জন স্কুল গৈ থকা অৱস্থাত ASO2 CC 6318 নম্বৰৰ ডাম্পাৰখনে খুন্দিওৱাৰ ফলত থিতাতে মৃত্যুক আঁকোৱালি লয়।

![]()

© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx