ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Kerala Tourist Boat Tragedy I কেৰালাত পৰ্যটকভৰ্তি নাও ডুবি কমেও ২২ জন লোকৰ মৃত্যু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 8, 2023
Reading Time: 1 min read
A A
0
Kerala Tourist Boat Tragedy I কেৰালাত পৰ্যটকভৰ্তি নাও ডুবি কমেও ২২ জন লোকৰ মৃত্যু

RELATED POSTS

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

কেৰালাত (Kerala) পৰ্যটক কঢ়িয়াই নিয়া হাউচবোট ডুব যোৱাৰ (Tourist Boat Tragedy) ফলত কমেও ২২ জন লোকৰ মৃত্যু হয়। মৃতকৰ ভিতৰত অধিকাংশই শিশু। দেওবাৰে সন্ধিয়া কেৰালাৰ মালাপ্পুৰম (Malappuram) জিলাত সংঘটিত হয় এই ঘটনা। এই খবৰ সংবাদ সংস্থা এএনআয়ে প্ৰকাশ কৰিছে। বহুতেই হাউচবোটৰ তলত আবদ্ধ হৈ আছে। উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে।

Kerala
Kerala Tourist Boat Tragedy:

দেওবাৰে সন্ধিয়া ৭ বজাত থুভাল থিৰাম পৰ্যটনস্থলীত সংঘটিত হয় এই ঘটনা। উক্ত হাউচবোটখনত প্ৰায় ৪০ জন যাত্ৰী আছিল বুলি দাবী কৰা হৈছে। উদ্ধাৰৰ কাম আৰম্ভ হৈছে। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী। স্থানীয় লোকেও উদ্ধাৰ কামত সহায় কৰে। ঘটনাস্থলীত‌ উপস্থিত হয় কেৰালাৰ পৰ্যটন মন্ত্ৰী মহম্মদ ৰিয়াছ।

দেওবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি কেৰালাৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ইমানখিনি প্ৰাণহানি হোৱাত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ সমান্তৰালকৈ তেওঁ মৃতকৰ পৰিয়ালক ২ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে। এই ধন প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা দিয়া হʼব।

IMG 20230508 WA0004 | ASSAM TIMES POSTকেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ মালাপ্পুৰমৰ জিলা দণ্ডাধীশক দুৰ্যোগ সঁহাৰি বাহিনীৰ সৈতে সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। সোমবাৰে পুৱাতেই তেওঁ দুৰ্ঘটনাস্থলীত উপস্থিত হয়। পুৱা মুখ্যমন্ত্ৰীয়ে বাতিল কৰে চৰকাৰী কাৰ্যসূচীও।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Kerala
Share4Tweet3Send

Related Posts

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
52
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
51
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
51
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
53
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d