ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gang Rape I ভূমি বিবাদৰ বাবেই দলিত যুৱতীক ‘গণ ধৰ্ষণ’, আৰক্ষীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 6, 2023
Reading Time: 1 min read
A A
0
যুৱতীক ধৰ্ষণ, ভিডিঅ’ দেখুৱাই ব্লেকমেইলিং! অৱশেষত গ্ৰেপ্তাৰ দোকানৰ মালিক

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

ভূমি বিবাদক কেন্দ্ৰ কৰি এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ (Gang Rape) অভিযোগ উত্থাপন হৈছে পাঁচজন ব্যক্তিৰ বিৰুদ্ধে। মধ্যপ্ৰদেশৰ (Madhya Pradesh) ৰাজগড় জিলাত সংঘটিত হয় এই ঘটনা। গাফিলতিৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষীৰ বিৰুদ্ধে । ভীম সেনাই প্ৰতিবাদৰ সতৰ্কবাণী দিয়াৰ পিছতে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰে। এই ঘটনাৰ ৫ অভিযুক্তৰ ভিতৰত চাৰিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Gang Rape
মধ্যপ্ৰদেশত ভূমি বিবাদৰ বাবে দলবদ্ধ ধৰ্ষণ:

ভূমিক কেন্দ্ৰ কৰি দুয়োটা পৰিয়ালৰ মাজত হোৱা বিবাদ বহুত পুৰণি। শেহতীয়াকৈ মাটিৰ ‘পট্টা’ৰ মালিকীস্বত্বক লৈ নতুন বিবাদৰ সৃষ্টি হয়। যোৱা বৃহস্পতিবাৰে সন্ধিয়া এটা পৰিয়ালৰ ৮ জন সদস্যই আন এটা পৰিয়ালৰ ঘৰত আক্ৰমণ চলায়। সেই সময়ত সকলোৱে ঘৰত শুই আছিল। শিলভঙা মেচিনৰ বেল্টেৰে পৰিয়ালটোৰ লোকক আক্ৰমণ কৰে দুৰ্বৃত্তই। প্ৰহাৰৰ ফলত পৰিয়ালটোৰ পুৰুষ সদস্যসকলে চেতনা হেৰুৱাই পেলায়। ইয়াৰ পিছত আক্ৰমণকাৰীয়ে যুৱতীগৰাকীকক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ।

rape | ASSAM TIMES POSTআনহাতে, যেতিয়া ভুক্তভোগীৰ পৰিয়ালে দলবদ্ধ ধৰ্ষণৰ এজাহাৰ দাখিল কৰিবলৈ থানালৈ যায়, তেতিয়া আৰক্ষীয়ে প্ৰথমে তেওঁলোকক উভতাই পঠিয়াই দিয়ে। পিছত দলবদ্ধ ধৰ্ষণৰ পৰিৱৰ্তে নিৰ্যাতনৰ গোচৰ ৰুজু কৰা হয়। এই কথা জানিব পাৰি ভীম আৰ্মীয়ে থানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীক এজাহাৰ দাখিল আৰু এফআইআৰ দাখিল কৰিবলৈ ২৪ ঘণ্টাৰ সময়সীমা দিয়া হয়। ইয়াৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।জানিব পৰা মতে, আৰক্ষীয়ে পাঁচজন লোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে। ইতিমধ্যে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Tags: Gang rape
Share4Tweet3Send

Related Posts

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত
National-International

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

by Staff Reporter
May 3, 2026
50
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক
National-International

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

by Staff Reporter
May 3, 2026
50
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ
National-International

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

by Staff Reporter
May 3, 2026
50
Air India : বিমানত হিন্দু আৰু শিখক ‘হালাল’ খাদ্য পৰিবেশন নকৰে এয়াৰ ইণ্ডিয়াই
National-International

‎এদিনত বাতিল হ’ল ১০০ খন বিমান I ইন্ধনৰ মূল্যবৃদ্ধিত বৃহৎ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

by Staff Reporter
May 3, 2026
50
‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎
National-International

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

by Staff Reporter
May 3, 2026
50
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা
National-International

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

by Staff Reporter
May 2, 2026
50
ADVERTISEMENT
‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত
National-International

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026
50
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক
National-International

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

May 3, 2026
50
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ
National-International

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

May 3, 2026
50
Air India : বিমানত হিন্দু আৰু শিখক ‘হালাল’ খাদ্য পৰিবেশন নকৰে এয়াৰ ইণ্ডিয়াই
National-International

‎এদিনত বাতিল হ’ল ১০০ খন বিমান I ইন্ধনৰ মূল্যবৃদ্ধিত বৃহৎ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

May 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

May 3, 2026
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

May 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx