![]()
আমেৰিকাই বিচাৰিলেই ভাৰতে চীনৰ (India- China) বিৰুদ্ধে যুঁজত যোগদান নকৰে। শেহতীয়াকৈ কূটনৈতিক মহলত আমেৰিকাৰ এটা থিংক টেংকৰ (কাৰ্নেগী এনডাউমেণ্ট) (Carnegie Endowment) প্ৰতিবেদন প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) চলিত মাহত দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ কথা।

আমেৰিকাই বিচাৰিলেই ভাৰতে চীনৰ বিৰুদ্ধে যুঁজত যোগদান নকৰে:













