ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Karnataka Assembly Elections I বজৰং বিতৰ্কত উত্তপ্ত কৰ্ণাটক, এইবাৰ কংগ্ৰেছৰ ইস্তাহাৰ জ্বলালে বিজেপি নেতাই

নিউজ ডেস্কঃ

News Desk by News Desk
May 5, 2023
Reading Time: 1 min read
A A
0
Karnataka Assembly Elections I বজৰং বিতৰ্কত উত্তপ্ত কৰ্ণাটক, এইবাৰ কংগ্ৰেছৰ ইস্তাহাৰ জ্বলালে বিজেপি নেতাই

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন (Karnataka Assembly Elections)ত বজৰং দলক নিষিদ্ধ (Bajrang Dal banned) কৰাৰ প্ৰস্তাৱক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এইবাৰ বিজেপি নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ঈশ্বৰপ্পা (BJP Leader ex-Minister Eshwarappa)ই ৰাজহুৱাভাৱে কংগ্ৰেছৰ ইস্তাহাৰ জ্বলাই (Publicly burnt Congress manifesto) দিলে। অভিযোগ উত্থাপন হৈছে যে তেওঁৰ এই কাৰ্যত নিৰ্বাচনী আচৰণবিধি ভংগ হৈছে।

কলবুৰ্গীত (গুলবৰ্গা) বিজেপিৰ এখন সভাত ঈশ্বৰপ্পাই কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত জুই লগাই কয়, “এয়া কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ নহয়, মুছলিম লীগৰ নিৰ্বাচনী ইস্তাহাৰহে। বজৰং দল নিষিদ্ধ কৰাৰ কথা কʼবলৈ কেনেকৈ সাহস কৰে।” অহা বুধবাৰে (১০ মেʼ) কৰ্ণাটকৰ ২২৪টা বিধানসভা সমষ্টিত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হʼব। ১৩ মেʼত ভোটগণনা। তাৰ আগতে নিৰ্বাচনী বিশেষজ্ঞই বিশ্বাস কৰে যে গেৰুৱা শিবিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ ব্যৱহাৰ কৰি মেৰুকৰণৰ ৰাজনীতি কৰাৰ পৰিকল্পনা কৰিছে।

বজৰং বিতৰ্ক
বজৰং বিতৰ্কত উত্তপ্ত কৰ্ণাটক:

উল্লেখযোগ্য যে কিছুমান অপিনিয়ন প’লত ইতিমধ্যে দেখা গৈছে যে হিজাব বিতৰ্ক বা টিপু চুলতানৰ বিষয়টোৱে সাধাৰণ মানুহৰ মনত বিশেষ বিভাজনৰ সৃষ্টি কৰা নাছিল। বৰঞ্চ শাসকীয় বিজেপিৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগে ভোট বজাৰত প্ৰভাৱ পেলোৱাৰ পূৰ্বাভাস পোৱা গৈছে।

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে ৰাজ্যখনৰ বিশ্ব হিন্দু পৰিষদৰ যুৱ শাখা বজৰং দলৰ সৈতে উগ্ৰ মুছলমান সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াক (পিএফআই) দমন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ কিছু সময়ৰ পাছতে বিজেপিৰ প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, “আগতে ৰাম নামৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাত কংগ্ৰেছ সক্ৰিয় আছিল, এতিয়া তেওঁলোকে ‘জয় বজৰংবলী’ ধ্বনি দিয়াসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব বিচাৰিছে।” বক্তৃতাত জয় বজৰংবলীৰ ধ্বনিও দিয়ে মোডীয়ে।

এই অস্বস্তিৰ সৈতে মোকাবিলা কৰিবলৈ বৃহস্পতিবাৰে খেলপথাৰলৈ আহিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মইলী। উডুপিত তেওঁ কয়, “মই মাথোঁ কʼব পাৰো যে এসময়ত আৰ এছ এছক নিষিদ্ধ কৰা বল্লভভাই পেটেলক এতিয়া বিজেপিয়ে বন্দনা কৰাৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷

ঘৃণামূলক ভাষণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ স্থিতিৰ অংশ হিচাপে আমি ইস্তাহাৰত কথা কৈছো। কিন্তু বজৰং দলক নিষিদ্ধ কৰাৰ কোনো উদ্দেশ্য নাই।” কৰ্ণাটকৰ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে কয়, “কংগ্ৰেছ ক্ষমতালৈ আহিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নতুন অজনেয়া (হনুমান) মন্দিৰ নিৰ্মাণক অগ্ৰাধিকাৰ দিয়া হʼব।”

Tags: Congress manifestoKarnatakaকংগ্ৰেছৰ ইস্তাহাৰকৰ্ণাটক
Share4Tweet3Send

Related Posts

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

by News Desk
June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান
National-International

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

by News Desk
June 26, 2026
50
Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ
National-International

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

by News Desk
June 26, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

by News Desk
June 26, 2026
50
ADVERTISEMENT
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx