Editorial

Editorial - News in Assamese and English

ধনৰ অভাৱ ! বিক্রীৰ পথত দেশৰ হাজাৰোধিক বেচৰকাৰী স্কুল:

ধনৰ অভাৱ ! বিক্রীৰ পথত দেশৰ হাজাৰোধিক বেচৰকাৰী স্কুল:

নিউজ ডেস্কঃ শিক্ষা ব্যৱস্থাত কোভিডৰ প্ৰভাৱে ভয়াৱহ আকাৰ লৈছে। কেৱল পাঠদানেই নহয়, বেচৰকাৰী স্কুলসমূহ চলোৱাৰ ক্ষেত্রতো কোভিড এক ডাঙৰ প্রতিবন্ধক...

২০ হাজাৰ মহিলা-যুৱতীলৈ চাকৰিৰ সুবিধা : মাহেকত উপাৰ্জন ১.৫ লাখ টকা পৰ্যন্ত

২০ হাজাৰ মহিলা-যুৱতীলৈ চাকৰিৰ সুবিধা : মাহেকত উপাৰ্জন ১.৫ লাখ টকা পৰ্যন্ত

কৰোনা সংক্ৰমণৰ লগে লগে সমগ্ৰ পৃথিৱীৰে শিক্ষানুষ্ঠানবোৰ বন্ধ হৈ পৰে৷ ফলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণত প্ৰভূত ক্ষতি হয়৷ এনে সময়তে অনলাইন...

বোকাখাতত সমাজ হিতৈষী টংকেশ্বৰ হাজৰিকাৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত, সোঁৱৰণি গ্ৰন্থ ‘অস্তৰাগ’ৰ উন্মোচনঃ

বোকাখাতত সমাজ হিতৈষী টংকেশ্বৰ হাজৰিকাৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত, সোঁৱৰণি গ্ৰন্থ ‘অস্তৰাগ’ৰ উন্মোচনঃ

ASSAM TIMES POST অজন্তা তালুকদাৰ, বোকাখাত, ২৮ ফেব্ৰুৱাৰীঃ যোৱা ১৬ ফেব্ৰুৱাৰীত বৃহত্তৰ বোকাখাত অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, সংগঠক, বহুকেইখন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ অন্যতম...

মধ্যাহ্ন ভোজনঃ কোন জিলাত কোন এনজিঅ’ক দায়িত্ব দিয়া হৈছে

মধ্যাহ্ন ভোজনঃ কোন জিলাত কোন এনজিঅ’ক দায়িত্ব দিয়া হৈছে

ASSAM TIMES POST গুৱাহাটীঃ পহিলা নৱেম্বৰৰপৰা ৰাজ্যৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ দায়িত্ব প্ৰদান কৰা হৈছে ১৫ টা বেচৰকাৰী সংস্থা আৰু স্বেচ্ছাসেৱী...

Page 2 of 2 1 2
ADVERTISEMENT

Terrorist Killed in Kashmir I পাক অধিকৃত কাশ্মীৰত লেণ্ডমাইনত ভৰি পৰি নিহত কমেও ৫ পাক সন্ত্ৰাসবাদী পাকৰ অধিকৃত কাশ্মীৰত অনুপ্ৰৱেশ কৰি থকা অৱস্থাত লেণ্ডমাইনত ভৰি দি কমেও পাঁচ পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয়।  শুকুৰবাৰে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পুঞ্চ জিলাৰ বট্টল ছেক্টৰত সংঘটিত হয় এই ঘটনা। সন্ত্ৰাসবাদীৰ দলটোৰ লগত আই ই ডি আছিল বুলিও অনুমান কৰা হৈছে। সূত্ৰ অনুসৰি, নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেইবাটাও স্থানত লেণ্ডমাইন সংস্থাপন কৰাৰ লগতে অনুপ্ৰৱেশ ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেতিয়াবা অৱশ্যে লেণ্ডমাইনবোৰ বৰষুণৰ বাবে নিৰ্দিষ্ট স্থানৰ পৰা স্থানান্তৰিত হয়। অনুমান কৰা হৈছে যে পাক অধিকৃত কাশ্মীৰৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ সময়ত কোনোৱে এনে লেণ্ডমাইনত ভৰি দিয়ে। ফলত লগে লগে সংঘটিত হয় এই বিস্ফোৰণ। অনুপ্ৰৱেশকাৰীসকলৰ লগত আই ই ডিৰ দৰে কিছুমান বিস্ফোৰক সামগ্ৰী থকাৰ বাবে বিস্ফোৰণৰ মাত্ৰা অধিক তীব্ৰতৰ হৈ পৰে। থিতাতে মৃত্যু হয় পাঁচজনৰ। নিৰাপত্তা বাহিনীয়ে বিস্ফোৰণৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। অঞ্চলটোৰ নিৰাপত্তাও অধিক শক্তিশালী কৰা হৈছে।

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist