PM Modi । এক দশকৰ সংস্কাৰৰ ফল সিন্দুৰ অভিযান, বাজেটত প্ৰতিৰক্ষা খণ্ডলৈ আবণ্টন সন্দৰ্ভত ব্যাখ্যা প্ৰধানমন্ত্ৰীৰ
বিগত দশকত ভাৰতে প্ৰতিৰক্ষা খণ্ডত যি সংস্কাৰ কৰিছে, সেই সংস্কাৰ প্ৰতিফলিত হৈছে সিন্দুৰ অভিযানত। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM...
















